বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংচিক আজি অসম চৰকাৰে প্ৰদান কৰিব ছ্যু-কা-ফা বঁটা ২০২০ । অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত আৰু ডিব্ৰুগড় জিলা প্ৰশাসনৰ সহযোগত ডিব্ৰুগড় জিলাৰ মৰাণৰ ধেমেচী উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰত আয়োজন কৰা 'অসম দিৱস (ছ্যু-কা-ফা দিৱস)' অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হ'ব বিশিষ্ট সাহিত্যিক গৰাকীক। অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল।
Advertisement
Wednesday, December 2, 2020

য়েছে দৰজে ঠংচিলৈ ছ্যু-কা-ফা বঁটা ২০২০
বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংচিক আজি অসম চৰকাৰে প্ৰদান কৰিব ছ্যু-কা-ফা বঁটা ২০২০ । অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত আৰু ডিব্ৰুগড় জিলা প্ৰশাসনৰ সহযোগত ডিব্ৰুগড় জিলাৰ মৰাণৰ ধেমেচী উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰত আয়োজন কৰা 'অসম দিৱস (ছ্যু-কা-ফা দিৱস)' অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হ'ব বিশিষ্ট সাহিত্যিক গৰাকীক। অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল।
Tags
# news
Share This

About Social Media Journalism
Newer Article
তিতাবৰত বাঘৰ আতংক,এজনৰ কথমপি প্ৰাণৰক্ষা
Older Article
জোনাক নিশা ( ধাৰাবাহিক গল্প, খণ্ড - ১ )
হাৰ্দিক পাণ্ডিয়ালৈ আইচিচিৰ বৃহৎ উপহাৰ : Assamese news
Social Media JournalismJul 03, 2024সকলোৰে মাজৰ পৰা আজি আঁতৰি গ'ল সংগীত শিল্পী সুদক্ষিণা শৰ্মা : Assamese News
UnknownJul 03, 2023বিশ্ব অভিলেখ গঢ়া শিল্পীসকললৈ প্ৰমাণপত্ৰ আৰু ২৫ হাজাৰ টকাকৈ আৰ্থিক পুৰস্কাৰ প্ৰদান অনুষ্ঠান : Assamese News
UnknownJul 02, 2023
Tags:
news
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment