ৰাষ্ট্রীয় পথ সুৰক্ষা মাহ, ২০২১ উপলক্ষে পথ দুৰ্ঘটনা হ্ৰাস কৰাৰ প্ৰয়াসেৰে সৰুসজাই খেলপথাৰৰপৰা উলিওৱা সজাগতামূলক পদযাত্ৰা 'Walkathon'ৰ আজি ফ্লেগ অফ্ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
ৰাজ্যত দুৰ্ঘটনাৰ পৰিমাণ হ্ৰাস কৰাৰ দিশত যান-বাহন আইন সুচাৰুৰূপে মানি চলিবলৈ মুখ্যমন্ত্ৰীয়ে ৰাইজৰ প্ৰতি আহ্বান জনায়।অনুষ্ঠানত অসম চৰকাৰৰ মন্ত্ৰীদ্বয়- চন্দ্রমোহন পাটোৱাৰী, যোগেন মহনৰ লগতে উচ্চপদস্থ বিষয়া আৰু ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে।
No comments:
Post a Comment