প্ৰথম পৰ্যায়ত অৰ্থাৎ ২৭ মাৰ্চত শোণিতপুৰ, বিশ্বনাথ, ধিং, বটদ্ৰবা, চামগুৰি, কলিয়াবৰ, ৰূপহীহাট, গোলাঘাট, যোৰহাট, শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড়, তিনিচুকীয়া, ধেমাজী, লখিমপুৰত অনুষ্ঠিত হ'ব নিৰ্বাচন( Assamese news )।
২য় পৰ্যায়ত অৰ্থাৎ ১ এপ্ৰিলত বৰাক উপত্যকা, কাৰ্বি আংলং, ডিমা হাচাও, কমলপুৰ, ৰঙিয়া, নলবাৰী, দৰং, ওদালগুৰি, মৰিগাঁও, নগাঁও, বঢ়মপুৰ, যমুনামুখ, হোজাই লামডিঙ অনুষ্ঠিত হ'ব নিৰ্বাচন।
৩য় পৰ্যায় অৰ্থাৎ ৬ এপ্ৰিলত দক্ষিণ শালমৰা, ধুবুৰী, গোৱালপাৰা, বঙাইগাঁও, কোকৰাঝাৰ, বৰপেটা, চিৰাং, বজালী, বাক্সা, কামৰূপ, কামৰূপ মেট্ৰ’, বৰক্ষেত্ৰী, ধৰ্মপুৰ, তামুলপুৰত অনুষ্ঠিত হ'ব নিৰ্বাচন। ( Assamese news )
No comments:
Post a Comment