এই নম্বৰৰ এখন চুৰি মটৰচাইকেল উদ্ধাৰ : Assames news - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, February 26, 2021

এই নম্বৰৰ এখন চুৰি মটৰচাইকেল উদ্ধাৰ : Assames news

Assames news

যোৰহাট জিলাৰ ৰ'ৰয়া আৰক্ষী চকীৰ অন্তৰ্গত আজি যোৰহাট আৰক্ষীয়ে বিশেষ তৎপৰতাৰে এটা মটৰচাইকেল চুৰক এখন চুৰি মটৰচাইকেল সহ হাতে-লোটে আটক কৰিবলৈ সক্ষম হয়( Assames news )।ধৃত চুৰটোৰ সৈতে জব্দ কৰা মটৰচাইকেল খনৰ পঞ্জিয়ন নং হৈছে AS 03Y 5026 ।


যোৰহাট আৰক্ষীয়ে ধৃত চুৰটোক ইতিমধ্যে সুধ-পোছেৰে চুৰিকাণ্ড সন্দৰ্ভত অধিক তদন্ত অব্যাহত ৰাখিছে।উল্লেখ্য যে আজি কিছু দিনৰে পৰা যোৰহাট জিলা খনত মনটৰচাইকেল চুৰিৰ ঘটনা দিনক দিনে বৃদ্ধি পাই আহিছে।সেয়ে এই যোৰহাট আৰক্ষী আৰু অধিক তৎপৰতা প্ৰদৰ্শন কৰিবলৈ সচেতন মহলে আহ্বান জনাইছে।( Assames news )

No comments:

Post a Comment

Advertisement

Pages