আজিৰ ৰাশিফল: - SMJ24 - Social Media Journalism

FB_IMG_1594289349588

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Advertisement

Friday, January 22, 2021

demo-image

আজিৰ ৰাশিফল:

PhotoGrid_1607914347963

 শ্ৰী শ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম:                             ৮মাঘ , শুক্ৰবাৰ ,ইং ২২জানুৱাৰী ২০২১। 

সূৰ্য্যোদয় ঘ:৬/১৫/৩৮ সূৰ্য্যাস্ত ঘ:৪/৫৪/৫৩

ৰাশি - মেষ ৰাশি। ৰা:ঘ:- ১/২৫/৩১ যোৱাত বৃষ ৰাশি।
তিথি - শুক্লা নৱমী , ৰা: ঘ:- ৬/২৯/৩২ লৈ।
নক্ষত্ৰ  - ভৰণী ।ৰা: ঘ:- ৬/৪০/৩১ লৈ।
আদ্যঋতু হলে - দু:শীলা যোগ।
যাত্ৰা :- পূৱ দিশত নাই ।ৰা:ঘ:- ৬/২৯/৩২ যোৱাত উত্তৰ দিশত নাই।
যোগিনী :- পূৱ দিশত  ।ৰা:ঘ:- ৬/২৯/৩২ যোৱাত উত্তৰ দিশত।
মৰণত দোষ:- নাই। ঘ:- ৬/৪০/৩১ যোৱাত দ্বিপদ।
ভক্ষাভক্ষ্য :- লাউ খোৱা নিষেধ।ৰা:ঘ: ৬/২৯/৩২ কলমৌ খোৱা নিষেধ।

১. মেষ ৰাশি - মেষ ৰাশি জাতক জাতিকা  সকলৰ আজিৰ দিনটোত মনত আশা বাঢ়িব, নতুন কৰ্ম সঞ্চাৰ হব, লগতে ধন আৰু সন্মান লাভ হোৱাৰ  যোগ দেখা যায়।
২. বৃষ ৰাশি - বৃষ ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত  ধন আৰু সন্মান লাভ হব পাৰে, কৰ্মত শুভ হব যদিও সজাগ নহলে জেষ্ঠ্য জনৰ পৰা মনত দু:খ পোৱাৰ  যোগ দেখা যায়।
৩. মিথুন ৰাশি  - মিথুন ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত ধন আৰু সন্মান লাভ হব পাৰে, আৰ্থিক দিশত উন্নতি হব, যদিও সজাগ নহলে বন্ধু তথা আত্মীয় পৰিয়ালৰ লগতে মতবিৰোধ হোৱাৰ  যোগ দেখা যায়।
৪. কৰ্কট ৰাশি - কৰ্কত ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত সন্মান লাভ হব, যদিও কৰ্মত সজাগ নহলে সামান্য জতিলতা বাঢ়িব পাৰে লগতে মনত সামান্য কষ্ট পোৱাৰ যোগ দেখা যায়।
৫. সিংহ ৰাশি - সিংহ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেম আৰু কৰ্মত শুভ, মনত শান্তি বাঢ়িব, লগতে কৰ্মত সাহস বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৬. কন্যা ৰাশি - কন্যা ৰাশি জাতক জাতিকা সকলৰ  আজিৰ দিনটোত সামান্য পাৰিবাৰিক সমস্যা বাঢ়িব পাৰে, কৰ্মত জতিলতা বাঢ়িব, লগতে সিদ্ধান্ত গ্ৰহণ কৰোতে বিভ্ৰান্তীৰ সৃষ্টি হোৱাৰ যোগ দেখা যায়।
৭. তুলা ৰাশি - তুলা ৰাশি জাতক জাতিকা সকলে আজিৰদিনটোত বিদ্যাৰ্থী সকলৰ শুভ হব, যদিও মনত সামান্য খংঙ ভাৱ বাঢ়িব পাৰে, লগতে মনত সামান্য অশান্তিৰ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৮. বৃশ্চিক ৰাশি - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনৰ আশা পুৰণ হব, যদিও সজাগ নহলে স্বাস্থ্যৰ হানি হব পাৰে, লগতে সজাগ নহলে সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৯. ধনু ৰাশি - ধনু ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সজাগ নহলে বুদ্ধি হ্ৰাস হব পাৰে,  সামান্য ব্যয় বৃদ্ধি হব পাৰে, লগতে কৰ্মত সামান্য বিৰোধিতাৰ সন্মুখীন হোৱাৰ যোগ  দেখা যায়।
১০. মকৰ ৰাশি  - মকৰ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনত আনন্দ বাঢ়িব, সন্মান বাঢ়িব, যদিও সজাগ নহলে সামান্য চকুৰ অসুখ হোৱাৰ   যোগ দেখা যায়।
১১. কুম্ভ ৰাশি - কুম্ভ ৰাশিৰ জাতক জাতিকা সকলৰ আজি দিনটোত প্ৰেমত শুভ, ৰোগাৰোগ্য হব, যদিও সজাগ নহলে ভ্ৰমণত সামান্য কষ্ট হোৱাৰ যোগ দেখা যায়।
১২. মীন ৰাশি- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনত শান্তি বাঢ়িব, যদিও কৰ্মত সামান্য এলাহ বাঢ়িব পাৰে, যদিও আজি ভ্ৰমণ কৰোতে বা যান বাহণৰ পৰা সাৱধান হোৱাটো ভাল।

"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "

আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।

         -: জ্যোতিষী :-

শ্ৰী নয়নজ্যোতি দেৱ শৰ্মা 
-: নৱগ্ৰহ জ্যোতিষালয় :-                                                জালুকবাৰী , গুৱাহাটী -১৪


Pn no -9101096481
Wp no - 9577136205
🙏🙏🙏🙏🙏🙏🙏
PhotoGrid_1607481497035

বিঃদ্ৰঃ উক্ত ৰাশিফল সন্মানীয় জ্যোতিষী নয়নজ্যোতি দেৱ শৰ্মা ডাঙৰীয়াৰ দ্বাৰা আগবঢ়োৱা হৈছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages