শ্ৰী শ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম: ১০ আঘোণ , বৃহস্পতিবাৰ,ইং ২৬নৱেম্বৰ ২০২০।
সূৰ্য্যোদয় ঘ:৫/৫৪/৫৪সূৰ্য্যাস্ত ঘ:৪/২৭/২৯
ৰাশি - মীন ৰাশি। ৰা:ঘ: ৯/২১/৪০ যোৱাত মেষ ৰাশি।
তিথি - শুক্লা দ্বাদশী । অহোৰাত্ৰি
নক্ষত্ৰ - ৰেৱতী ,ৰা:ঘ:৯/২১/৪০লৈ।
আদ্যঋতু হলে - দু:শীলা যোগ।
যাত্ৰা :- নৈঋত কোনত নাই ।
যোগিনী ::- নৈঋত কোনত।
মৰণত দোষ:- এপদ।
ভক্ষাভক্ষ্য :- পূৰৈ শাক খোৱা নিষেধ ।
১. মেষ ৰাশি - মেষ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত সঞ্চয় বাঢ়িব, মনটো আবেগিক হব যদিও সজাগ নহলে আত্মীয়ৰ দ্বাৰা ক্ষতি হোৱাৰ যোগ দেখা যায় ।
২. বৃষ ৰাশি - বৃষ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনত শান্তি বাঢ়িব, লগতে মানসিক দিশটো উন্নতি হোৱাৰ যোগ দেখা যায়।
৩. মিথুন ৰাশি - মিথুন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত প্ৰাপ্য হানি হব পাৰে, মনত সামান্য কষ্ট পাৱ পাৰে, লগতে কৰ্মত সজাগ নহলে বিপদৰ সন্মুখীন হোৱাৰ যোগ দেখা যায়।
৪. কৰ্কট ৰাশি - কৰ্কত ৰাশি জাতক জাতিক সকলৰ আজিৰ দিনটোত পাৰিবাৰিক সু:খ লাভ হব, বন্ধু লাভ হব, যদিও সজাগ নহলে মনত সামান্য ভয় ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৫. সিংহ ৰাশি - সিংহ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত ভ্ৰমনৰ সুযোগ লাভ কৰিব পাৰে, প্ৰেমত শুভ, যদিও সজাগ নহলে চোৰৰ দ্বাৰা অনিষ্ট হোৱাৰ যোগ দেখা যায়।
৬. কন্যা ৰাশি - কন্যা ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত আনৰ সহায় লাভ হব, কৰ্মত নতুনকৈ যোগাযোগ হব, লগতে ধন মান লাভ হোৱাৰ যোগ দেখা যায়।
৭. তুলা ৰাশি - তুলা ৰাশি জাতক জাতিকা সকলে আজিৰ দিনটোত ভ্ৰমনত আনন্দ বাঢ়িব, মনৰ আশা পুৰণ হব, যদিও মনত সামান্য ভয় ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৮. বৃশ্চিক ৰাশি - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত সফল হব, অনৰ পৰা কৃতজ্ঞতা লাভ কৰিব, যদিও সজাগ নহলে মনৰ আশা ভংগ হোৱাৰ যোগ দেখা যায়।
৯. ধনু ৰাশি - ধনু ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত সন্তানৰ সুখ লাভ হব, কৰ্মত সফল হব, লগতে ধন মান লাভ হোৱাৰ যোগ দেখা যায়।
১০. মকৰ ৰাশি - মকৰ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনত ভক্তি ভাৱ বাঢ়িব, সম্পত্তি লাভ হব, যদিও সজাগ নহলে কৰ্মত সামান্য জতিলতা বৃদ্ধি পোৱাৰ যোগ দেখা যায়।
১১. কুম্ভ ৰাশি - কুম্ভ ৰাশি জাতক জাতিকা সকলৰ আজি দিনটোত সম্পত্তি লাভ হব, ভ্ৰমনত শুভ হব, যদিও কৰ্মত সজাগ নহলে মনত সামান্য অশান্তি ভাৱ বাঢ়িব পাৰে লগতে বিবাদৰ সন্মুখীন হোৱাৰ যোগ দেখা যায়।
১২. মীন ৰাশি- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনত সাহস বাঢ়িব, সু সংবাদ লাভ হব, লগতে বন্ধুৰ সহায় লাভ হোৱাৰ যোগ দেখা যায়।
"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। "
আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।
-: জ্যোতিষী :-
শ্ৰী নয়নজ্যোতি দেৱ শৰ্মা
-: নৱগ্ৰহ জ্যোতিষালয় :- জালুকবাৰী , গুৱাহাটী -১৪
Pn no -9101096481
Wp no - 9577136205
বিঃদ্ৰঃ কোনো প্ৰতিষ্ঠিত জ্যোতিষীয়ে আমাৰ ৰাশিফল শিতানত নিতৌ ৰাশিফল পথাব বিছাৰে যদি তলৰ ফোন নম্বৰত যোগাযোগ কৰক
ফোন নং - ৯৮৫৪৭৯৯৫৭৭
No comments:
Post a Comment