কেঞ্চাৰ ভাৰতত অতি ক্ষীপ্ৰতাৰে বাঢ়ি আহিছে ।। প্ৰতি বছৰে ভাৰতত প্ৰায় 6 -7 লাখ মানুহৰ কেঞ্চাৰত মৃত্যু হয় । ( Assamese Health Tips )
2015 চনৰ হিচাব মতে প্ৰতিদিনে প্ৰায় 1300 জন মানুহ মৃত্যু মুখত পৰে ।।
ভাৰতৰ ভিতৰত আটাইতকৈ বেছি উত্তৰ প্ৰদেশত কেঞ্চাৰ ৰোগ হয় । তাৰ পিছত মহাৰাষ্ট্ৰৰ ।
2014 চনত উত্তৰ প্ৰদেশত 1 লাখ 86 হাজাৰ জন মানুহ কেঞ্চাৰত আক্ৰান্ত হৈছিল ।
এই হিচাপত অসমত ইয়াৰ সংখ্যা বহুত কম । কিয়নো সেই একেই বছৰত অসমত পৰা 25500 জন মানুহৰ কেঞ্চাৰ হৈছিল । তথাপিও আমি পদে পদে সজাগ হৈ থাকিব লাগিব ।
কেঞ্চাৰ ৰোগতকৈ ইয়াৰ চিকিৎসাৰ পৰা বেছি মানুহৰ মৃত্যু হয় ।।
কেঞ্চাৰৰ ব্যৱহাৰ কৰা chemotherapy , radiotherapy , cobalt therapy আদিৰ পৰা বেছি মানুহৰ মৃত্যু হয় ।।
এইবোৰ treatment ব্যৱহাৰ কৰাৰ ফলত ৰোগীৰ প্ৰতিষেধক শক্তি একদম নোহোৱা হৈ পৰে ।
মানুহৰ গোটেই গাৰ নোম , চুলি আদি সৰি নোহোৱা হৈ যায় , শৰীৰৰ প্ৰায়বোৰ খনিজ দ্ৰব্য ধ্বংস কৰি দিয়ে । যাৰ ফলত ৰোগী তিল তিল কৈ মৃত্যুক আঁকোৱালি লব লগা হয় ।।
প্ৰতিটো chemo দিয়াৰ নামত বৃহৎ পৰিমাণৰ টকা খৰচ হয় । তথাপিও ভাল হোৱাৰ কোনো আশা নাথাকে ।
কেঞ্চাৰৰ First stage , বা second stage ৰ ৰোগী ভাল পাব পৰা বিধান আপোনাৰ ঘৰতে আছে । বিশেষকৈ খাদ্যনলীৰ কেঞ্চাৰ , মুখৰ কেঞ্চাৰ , গলৰ কেঞ্চাৰ , পেটৰ কেঞ্চাৰ , হাঁওফাঁওৰ কেঞ্চাৰ আদিত ইয়াৰ বহুত ভাল result পাব ।( Assamese Health Tips )
বাকীবোৰত ইয়াৰ ৰিজাল্ট নাপাব ।
100 ml গৌ মূত্ৰ আৰ্ক , এক চামুচ হালধীৰ গুড়ি আৰু 1 চামুচ পূৰ্ণনভা গুড়ি লৈ মিহলাই লৈ উতলাই লওক ।
গৌমূত্ৰ ঘৰৰ থলুৱা গাখীৰ দি থকা গৰুৰ হব লাগিব । বজাৰৰ গৌমূত্ৰ কোনো কামত নাহিব । জাৰ্চি , ক্ৰছ আদি গৰুৰ ললেও কামত নাহিব ।
এতিয়া এইখিনি এদিনৰ ঔষধ হল । এনেকৈ ৰোগীক 3 মাহ খুৱাব লাগিব ।।
ৰাতিপুৱাৰ ভাগত খুৱালে সোনকালে কামত দিব । পূৰ্ণনভা গুড়ি আমাৰ বিধানৰ সামগ্ৰী বিক্ৰী কৰা দোকানত পাব । ।।
(এটা কথা মনত ৰাখিব যে এবাৰ chemo দিয়াৰ পিছত এই ঔষধত ঠিক হোৱাৰ সম্ভাৱনা কম হৈ যায় ।)
কেঞ্চাৰ কোনোদিনে নহবলৈ কি কৰিব ::
নিয়মীত Aloevera ৰস সেৱন কৰি থাকিলে কেঞ্চাৰ হোৱাৰ সম্ভাৱনা কমি থাকে ।
প্লাষ্টিকৰ বাচন , প্লাষ্টিকৰ বটল , প্লাষ্টিকৰ কাপ বা যিকোনো প্লাষ্টিকৰ বস্তুত খাদ্য সামগ্ৰী নাৰাখিব । বাধ্যত পৰিলেও প্লাষ্টিকৰ পাত্ৰত গৰম পানী বা গৰম বস্তু নাখাব ।
নিয়মিত চূণ খাওঁক , এটা ধানৰ সমান চূণ এক গিলাচ পানীত মিহলাই ৰাতিপুৱা 3 মাহ খাওঁক । বছৰি 3 মাহ খালেই যথেষ্ট ।
Processing কৰা খাদ্য , GM food আদি ত্যাগ কৰক । নিমখ , চেনী , মৈদা , refined তেল , দালদা আদি নাখাব ।
যিমান পাৰে নিজৰ ঠাইত আৰু নিজৰ মাটিত হোৱা খাদ্য খাওঁক । ( Assamese Health Tips )
Share কৰিব নাপাহৰিব ।।
-আচাৰ্য পংকজ পাঠক
এনেধৰনৰ স্বাস্থ্যজনিত লেখা আৰু পঢ়িবলৈ এই লিংকত ক্লিক কৰক - www.স্বস্থ্যবাৰ্তা.smj24.in
No comments:
Post a Comment