ড্ৰাগছ আৰু নগদ ধন সহ ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, November 26, 2020

ড্ৰাগছ আৰু নগদ ধন সহ ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ


লখিমপুৰ জিলাৰ বান্দৰদোৱাৰ ২নং পাৰ্বতিপুৰৰ পৰা আজি জনৈক ইছলাম আৰু জনৈক বৰা নামৰ দুজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় লখিমপুৰ আৰক্ষী।ধৃত লোক দুজনৰ পৰা ১০.৩ গ্ৰাম হেৰোইন আৰু নগদ ধন ১ লাখ ৩৯ হেজাৰ টকা জব্দ কৰিছে আৰক্ষীয়ে।

No comments:

Post a Comment

Advertisement

Pages