আজিৰ ৰাশিফল জানোঁ আহক : Horoscope today - SMJ24 - Social Media Journalism

FB_IMG_1594289349588

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Advertisement

Saturday, July 16, 2022

demo-image

আজিৰ ৰাশিফল জানোঁ আহক : Horoscope today

 PhotoGrid_1625959326733


৩১ আহাৰ, শনিবাৰ  ইং, ১৬ জুলাই  ২০২২।  ( Horoscope Today )


১. *মেষ ৰাশি* (অ,ল) : -  মেষ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত আৰ্থিক দিশত উন্নতি হ'ব, সমস্যাৰ সমাধান হ'ব, লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰত সন্মান বৃদ্ধি হোৱাৰ যোগ দেখা যায়।


২. *বৃষ ৰাশি*( উ,ব,ই) : - বৃষ ৰাশিৰ  জাতক - জাতিকাসকলৰ আজিৰ দিনটোত ভাতৃ স্থানীয় ব্যক্তিৰ পৰা মৰম চেনেহ লাভ কৰিব, কৰ্মত আনৰ পৰা সহায় সহযোগিতা লাভ কৰিব, কৰ্মব্যস্ত বাঢ়িব যদিও আজি আপুনি সকলো দিশতে সজাগ হৈ থকাটো ভাল হ'ব।


৩. *মিথুন ৰাশি* ( ক,ছ) :  - মিথুন ৰাশিৰ  জাতক - জাতিকাসকলৰ আজিৰ দিনটোত    আৰ্থিক দিশত শুভ হ'ব, প্ৰেমত শুভ, পাৰিবাৰিক দিশত শুভ হ'ব, যদিও আজি আপুনি সজাগ নহলে কৰ্মত সামান্য জটিলতা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।


৪. *কৰ্কট ৰাশি*( ড,হ) : - কৰ্কত ৰাশিৰ  জাতক - জাতিকাসকলৰ আজিৰ সকলৰ আজিৰ দিনটোত সন্তানৰ সুখ শান্তি বাঢ়িব, শৰীৰত সামান্য এলাহ ভাৱ বাঢ়িব পাৰে, যদিও আজি আপুনি যান-বাহন বা দুৰ্ঘটনা পৰা সাৱধান হোৱাটো ভাল হ'ব।


৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত জনপ্ৰিয়তা লাভ কৰিব, আনৰ পৰা মৰম চেনেহ লাভ কৰিব, লগতে আজি আপোনাৰ ধন সন্মান লাভ হোৱাৰ যোগ দেখা যায় । 


৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত ভ্ৰমণৰ সুযোগ লাভ কৰিব, সঞ্চয় বাঢ়িব, যদিও আজি আপুনি সজাগ নহ'লে মনত সামান্য ভয় ভাৱ বৃদ্ধি হোৱৰ যোগ দেখা যায়।   ( Horoscope Today )


৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত কৰ্মক্ষেত্ৰত যশস্যা বাঢ়িব, সামাজিক কৰ্মত সন্মান লাভ কৰিব, যদিও আজি আপুনি কৰ্মক্ষেত্ৰত সজাগ সচেতন হৈ থাকিব। 


৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত  বন্ধু বাঢ়িব, প্ৰেমত শুভ হ'ব, আৰ্থিক দিশত উন্নতি হ'ব যদিও আজি আপুনি সজাগ নহ'লে কৰ্মক্ষেত্ৰত সামান্য প্ৰতাৰণাৰ সন্মুখীন  হোৱাৰ যোগ দেখা যায়।


৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত ধন সন্মান লাভ কৰিব, সামাজিক কৰ্মত জৰিত হোৱাৰ সুযোগ লাভ কৰিব, লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰত যশস্যা বৃদ্ধি   হোৱাৰ যোগ দেখা যায়।


১০. *মকৰ ৰাশি* (খ,জ):  - মকৰ ৰাশি  জাতক - জাতিকাসকলৰ আজিৰ দিনটোত  ঘৰলৈ আত্মীয় পৰিয়ালৰ আগমন হ'ব, যদিও আজি আপুনি সজাগ নহ'লে মনত সামান্য ভয় ভাৱ বাঢ়িব পাৰে লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰত সামান্য প্ৰৰিশ্ৰম বৃদ্ধি হোৱাৰ যোগ দেখা যায় ।


১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক - জাতিকাসকলৰ আজি দিনটোত ভ্ৰমণৰ সুযোগ লাভ হ'ব, প্ৰতিভা বিকাশৰ সুযোগ লাভ কৰিব যদিও আজি আপুনি ব্যয়ৰ ক্ষেত্ৰত সজাগ হোৱাটো ভাল হ'ব। 


১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত আনন্দ বাঢ়িব, যদিও আজি আপুনি সিদ্ধান্ত গ্ৰহণ কৰোতে সাৱধান হ'ব।


"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।

সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "


আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি  ফল আগবঢ়ালো।


         -: *জ্যোতিষী* :-


জ্যোতিষৰত্ন শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা 

-: নৱগ্ৰহ জ্যোতিষালয় :-                                                " মা কামাখ্যা গেট " (নাৰ্চাৰী)

 গুৱাহাটী - ৯


Ph no -9101096481

Wp no - 9577136205

🙏🙏🙏🙏🙏🙏🙏

PhotoGrid_1607481497035

বিঃদ্ৰঃ উক্ত ৰাশিফল সন্মানীয় জ্যোতিষী নয়নজ্যোতি দেৱ শৰ্মা ডাঙৰীয়াৰ দ্বাৰা আগবঢ়োৱা হৈছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ Social Media Journalism ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ আহ্বান জনালো।আমাৰ ফেচবুক গ্ৰুপত আপোনালোকৰ দ্বাৰা প্ৰকাশ পোৱা নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।আমাৰ ফেচবুক গ্ৰুপৰ লিংক তলত দিয়া হল,ধন্যবাদ। ( Horoscope Today ) 


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

No comments:

Post a Comment

Advertisement

Pages