কাইলৈ প্ৰদান কৰা হ'ব শ্ৰীমন্ত শংকৰদেৱ বঁটা: - SMJ24 - Social Media Journalism

FB_IMG_1594289349588

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Advertisement

Saturday, January 2, 2021

demo-image

কাইলৈ প্ৰদান কৰা হ'ব শ্ৰীমন্ত শংকৰদেৱ বঁটা:

PhotoGrid_1609606079433

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পুণ্য স্মৃতিত অসম চৰকাৰে প্ৰৱৰ্তন কৰা ৰাষ্ট্ৰীয় পৰ্যায়ৰ শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰদান কৰা হ'ব কাইলৈ।অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত এক অনুষ্ঠানত বিশিষ্ট পণ্ডিত, গৱেষক শ্ৰীযুত ভৱপ্ৰসাদ চলিহাক ২০২০ বর্ষৰ বঁটা প্ৰদান কৰিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

অনুষ্ঠানত উপস্থিত থাকিব বিত্ত, স্বাস্থ্য আদি বিভাগৰ মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু সাংস্কৃতিক পৰিক্ৰমা, গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী নৱ কুমাৰ দলে।

No comments:

Post a Comment

Advertisement

Pages