এই চাৰিটা ৰাশিৰ ছোৱালীবোৰ বহুত স্মাৰ্ট আৰু বুদ্ধিয়ক হয়: Assamese Fact - SMJ24 - Social Media Journalism

FB_IMG_1594289349588

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Advertisement

Friday, December 3, 2021

demo-image

এই চাৰিটা ৰাশিৰ ছোৱালীবোৰ বহুত স্মাৰ্ট আৰু বুদ্ধিয়ক হয়: Assamese Fact

.com/img/a/

এই ৰাশিৰ ছোৱালীবোৰৰ Sense of Humor  বহুত ভাল বুলি কোৱা হয়। এওঁলোকে নিজৰ কথাৰে যিকোনো মানুহকে আকৰ্ষণ কৰিব পাৰে।

(Assamese Fact)


জ্যোতিষশাস্ত্ৰৰ অনুসৰি যিকোনো ব্যক্তিৰ ৰাশিৰ দ্বাৰা তেওঁৰ ভৱিষ্যতৰ বিষয়ে জানিব পাৰি। অকল এইয়ায়ে নহয় ৰাশিৰ সহায়ত যিকোনো ব্যক্তিৰ পচন্দ অপচন্দ আদিৰ বিষয়েও জানিব পৰা যায়। আজি আমি ক'বলৈ গৈ আছো এনেকুৱা ৰাশিৰ লগত জড়িত ছোৱালীৰ বিষয়ে যিসকল বহুত বুদ্ধিয়ক আৰু স্মাৰ্ট বুলি কোৱা হয় । এওঁলোকৰ ব্যক্তিত্ব ইমানেই আকৰ্ষণীয় যে যিকোনো মানুহে এওঁলোকৰ প্ৰতি অতি সোনকালেই আকৰ্ষিত হৈ পৰে।জ্যোতিষশাস্ত্ৰৰ অনুসৰি এই ৪টা ৰাশিৰ ছোৱালীৰ ফালে ল'ৰাবোৰ বহুত বেছি আকৰ্ষিত হয়।


১. মিথুন ৰাশি- এই ৰাশিৰ ছোৱালীবোৰৰ Sense of Humor বহুত ভাল বুলি কোৱা হয়।এওঁলোকে নিজৰ কথাৰে যিকোনো মানুহকে আকৰ্ষণ বা প্ৰভাৱিত কৰিব পাৰে। এওঁলোক কথা পতাৰ ক্ষেত্ৰত বহুত ভাল। ল'ৰাবোৰ এই ৰাশিৰ ছোৱালীবোৰৰ প্ৰতি বহুত বেছি প্ৰভাৱিত হয়। এওঁলোকৰ মাজত এনেকুৱা এটা আকৰ্ষণীয় গুণ আছে যাৰ ফলত ল'ৰাবোৰ এওঁলোকৰ ফালে বহুত বেছি প্ৰভাৱিত বা আকৰ্ষিত হৈ পৰে। এওঁলোকে কাৰোবাক Impress কৰিব লগা হ'লে বেছি কষ্ট কৰিব নালাগে।


২. কন্যা ৰাশি-  এই ৰাশিৰ ছোৱালীবোৰ বহুত বুদ্ধিয়ক বুলি কোৱা হয়। এওঁলোকে যিকোনো কাম ভাবি চিন্তিহে কৰে।এওঁলোকৰ বহুত আকৰ্ষণীয় গুণ আছে । কোৱা হয় যে এবাৰ যি কাম কৰিম বুলি ভাবি লয় সেই কামটো কৰিহে এৰে। এওঁলোকে কষ্ট বলত জীৱনত যিকোনো বস্তু প্ৰাপ্ত কৰিব পাৰে। এওঁলোকৰ স্বভাৱ বহুত Caring বিধৰ হয় যাৰ ফলত যিকোনো মানুহ এওঁলোকৰ প্ৰতি অতি সোনকালেই আকৰ্ষিত হয় পৰে। জ্যোতিষশাস্ত্ৰৰ অনুসৰি ল'ৰাবোৰ এই ৰাশিৰ ছোৱালীবোৰৰ প্ৰতি বহুত বেছি প্ৰভাৱিত বা আকৰ্ষিত হয় ।(Assamese Fact)


৩. বৃষিক ৰাশি- এই ৰাশিৰ ছোৱালীবোৰ সকলোতকৈ বেছি বুদ্ধিয়ক বুলি কোৱা হয়। এওঁলোকে জীৱনত বহুত ভাল পদবী লাভ কৰে। এওঁলোকক মূৰ্খ বনোৱা বহুত অসম্ভৱ আৰু টান কাম। এওঁলোকে যিকোনো মানুহৰে চালাকি বহুত সোনকালেই বুজি পায়। এওঁলোক দূৰদৰ্শী। সময়ৰ আগতেই যিকোনো বস্তু চাই ভাল বেয়া বিচাৰ কৰি লয় বা ল'ব পাৰে। এওঁলোকৰ মাজত আত্মবিশ্বাস অকনো কমি নাথাকে। কোনো কামত সফলতা পাবলৈ এওঁলোকে বহুত বেছি কষ্ট কৰে। এওঁলোকৰ ব্যক্তিত্ব ইমানেই আকৰ্ষণীয় যে যিকোনো ল'ৰা এওঁলোকৰ প্ৰতি অতি সোনকালেই আকৰ্ষিত হৈ পৰে। কিন্তু এওঁলোকে যিকোনো এটা Relationship ত আহিবলৈ বহুত সময় লয়।


৪.কুম্ভ ৰাশি- এই ৰাশিৰ ছোৱালীবোৰ বহুত স্মাৰ্ট আৰু ভাল স্বভাৱৰ হয়। এওঁলোকৰ প্ৰখৰ বুদ্ধিৰ সকলো প্ৰেমিক। অৰ্থাৎ এওঁলোকৰ প্ৰখৰ বুদ্ধিৰ বাবে এওঁলোকক সকলোৱে ভাল পায়। ইহঁতি যি কাম হাতত লয় কৰিহে এৰে । ইহঁতি সোনকালে হাৰ মনা বিধৰ মানুহ নহয়। এওঁলোকে ঘৰ-পৰিয়ালক নিজৰ লগত লৈ আগবাঢ়ি যায় । ল'ৰাবোৰ এওঁলোকৰ প্ৰতি অতি সোনকালেই আকৰ্ষিত হৈ পৰে। ইহঁতৰ হৃদয়খন বহুত চফা।

এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


(Assamese Fact)


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেতৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। 






No comments:

Post a Comment

Advertisement

Pages