আজিৰ ৰাশিফল : - SMJ24 - Social Media Journalism

FB_IMG_1594289349588

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Advertisement

Monday, January 25, 2021

demo-image

আজিৰ ৰাশিফল :

PhotoGrid_1607914347963

শ্ৰী শ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম:                              ১১মাঘ ,সোমবাৰ ,ইং ২৫জানুৱাৰী ২০২১। 

সূৰ্য্যোদয় ঘ:৬/১৪/৩৮সূৰ্য্যাস্ত ঘ:৪/৫৭/৫৩

ৰাশি - বৃষ ৰাশি।ঘ: ১/৩/৫৩ যোৱাত মিথুন ৰাশি।
তিথি - শুক্লা দ্বাদশী , ৰা: ঘ:- ১২/২৪/৪৮ লৈ।
নক্ষত্ৰ  - মৃগশিৰা  ।ৰা: ঘ:- ১/৫৬/৫১লৈ।
আদ্যঋতু হলে - পতিহিতা যোগ।
যাত্ৰা :- নৈঋত কোনত নাই ।ৰা:ঘ:- ১২ /৩৪/৪৮ যোৱাত দক্ষিণ দিনত নাই।
যোগিনী :- নৈঋত কোনত ।ৰা:ঘ:- ১২ /৩৪/৪৮ যোৱাত দক্ষিণ দিনত।
মৰণত দোষ:- এপদ। ৰা:ঘ:- ১২/২৪/৪৮ যোৱাত নাই।
ভক্ষাভক্ষ্য :- পূৰৈ শাক খোৱা নিষেধ।ৰা:ঘ: ১২/২৪ /৪৮ বেঙেনা খোৱা নিষেধ।

১. মেষ ৰাশি - মেষ ৰাশি জাতক জাতিকা  সকলৰ আজিৰ দিনটোত শিক্ষক সকলৰ শুভ হব, কৰ্মত সফল হব, লগতে কৰ্মত সুযোগ লাভ হোৱাৰ  যোগ দেখা যায়।
২. বৃষ ৰাশি - বৃষ ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত বন্ধু লাভ হব, আলহীৰ আগমন হব, যদিও সজাগ নহলে সামান্য গৃহ অশান্তি লাভ হোৱাৰ যোগ  দেখা যায়।
৩. মিথুন ৰাশি  - মিথুন ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত বেচা কিনাত শুভ হব, ভ্ৰমণৰ সুযোগ লাভ হব যদিও আজি কৰ্মত সজাগ নহলে ক্ষতি  হোৱাৰ  যোগ দেখা যায়।
৪. কৰ্কট ৰাশি - কৰ্কত ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত শুভ হব, ভ্ৰমণৰ সুযোগ লাভ কৰিব, কৰ্মত শুভ হব লগতে শুভ কৰ্মলৈ নিমন্তিত হোৱাৰ যোগ দেখা যায়।
৫. সিংহ ৰাশি - সিংহ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সামান্য জতিলতা বাঢ়িব পাৰে লগতে  সজাগ নহলে সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৬. কন্যা ৰাশি - কন্যা ৰাশি জাতক জাতিকা সকলৰ  আজিৰ দিনটোত কৰ্মত আনৰ সহায় লাভ হব, বিদ্যাৰ্থী সকলৰ শুভ হব যদিও সজাগ নহলে সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৭. তুলা ৰাশি - তুলা ৰাশি জাতক জাতিকা সকলে আজিৰ দিনটোত জ্ঞন বৃদ্ধি হব যদিও কৰ্ৰত  সজাগ নহলে মিচা অপৱাদ পাৱ পৰে,  লগতে মনত সামান্য অশান্তিৰ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৮. বৃশ্চিক ৰাশি - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত বন্ধু লাভ হব, সমস্যাৰ সমাধান হব, যদিও শৰীৰত সামান্য এলাহ ভাৱ বৃদ্ধি পোৱাৰ যোগ দেখা যায়।
৯. ধনু ৰাশি - ধনু ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেম আৰু কৰ্মত শুভ হব, দ্বায়িত্ব ত থকা কাম  সফল ৰূপাযন  হব, যদিও সজাগ নহলে মনত সামান্য ভয় ভাৱ বৃদ্ধি হোৱাৰ যোগ  দেখা যায়।
১০. মকৰ ৰাশি  - মকৰ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনৰ আশা পুৰণ হব, সন্তানৰ আনন্দ লাভ হব, যদিও সজাগ নহলে কৰ্মত সামান্য জতিলতা বৃদ্ধি হোৱাৰ  যোগ দেখা যায়।
১১. কুম্ভ ৰাশি - কুম্ভ ৰাশিৰ জাতক জাতিকা সকলৰ আজি দিনটোত শুভ সংবাদ লাভ হব, শিল্পী সকলৰ কৰ্ম ব্যস্ততা বাঢ়িব, যদিও কৰ্মত সজাগ নহলে মনত সামান্য অশান্তি ভাৱ বৃদ্ধি হোৱাৰ  যোগ দেখা যায়।
১২. মীন ৰাশি- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত জ্ঞান লাভ হব, যদিও মনত সামান্য ভয় ভাৱ বাঢ়িব পাৰে লগতে কৰ্মত সজাগ নহলে  মিচা অপৱাদ  পোৱাৰ যোগ দেখা যায়।

"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "

আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।

         -: জ্যোতিষী :-

শ্ৰী নয়নজ্যোতি দেৱ শৰ্মা 
-: নৱগ্ৰহ জ্যোতিষালয় :-                                                জালুকবাৰী , গুৱাহাটী -১৪

Pn no -9101096481
Wp no - 9577136205
🙏🙏🙏🙏🙏🙏🙏
PhotoGrid_1607481497035

বিঃদ্ৰঃ উক্ত ৰাশিফল সন্মানীয় জ্যোতিষী নয়নজ্যোতি দেৱ শৰ্মা ডাঙৰীয়াৰ দ্বাৰা আগবঢ়োৱা হৈছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages