শিৱ লিংগৰ অৰ্থ প্ৰকৃততে কি ? - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, January 25, 2021

শিৱ লিংগৰ অৰ্থ প্ৰকৃততে কি ?


লিংগ শব্দই সংস্কৃতত চিহ্ন বা প্ৰতীক বুজায় ।

আনহাতে জননেন্দ্ৰীয়ক কোৱা হয় শিশিন বুলি ।

শিৱ লিংগ ---

----------------

1) শিৱলিংগৰ অৰ্থ হ'ল শিৱৰ প্ৰতীক ।


এটা শব্দই একেটা ভাষা বা বিভিন্ন ভাষাত বেলেগ বেলেগ অৰ্থ বুজাব পাৰে । যেনে --

1) সুত্ৰ - - সুতাঁ , গণিতীয় সুত্ৰ বা লিখন সুত্ৰও হব পাৰে যেনে -- ব্ৰহ্ম সুত্ৰ ।

2) অৰ্থ -- ভাৱাৰ্থ বা সম্পত্তি ।

ঠিক সেইদৰে শিৱলিংগৰ সন্দৰ্ভত লিংগ শব্দৰ দ্বাৰা চিহ্ন , প্ৰতীক , গুণ , ব্যৱহাৰ আদি বুজোৱা হয় 

। 

Jorhat Thakurbari Mandir Shiv Lingh


No comments:

Post a Comment

Advertisement

Pages