যোৰহাটত আজিৰে পৰা Trade fair & Book fair: - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, January 24, 2021

যোৰহাটত আজিৰে পৰা Trade fair & Book fair:

যোৰহাট জিলা ক্ৰীড়া সন্থা খেলপথাৰত ক্ৰাফ্ট কাউঞ্চিল অৱ নৰ্থ ইষ্ট ৰ উদ্যোগত আজিৰে পৰা আৰম্ভ হল Trade fair & Book fair।


অহা  ৮ ফেব্ৰুৱাৰীলৈকে অনুষ্ঠিত হব লগা এই অনুষ্ঠানটোৰ আজি শুভউদ্ধোধন কৰে বিশিষ্ট সমাজ কৰ্মী তথা ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক কাৰ্য্যনিৰ্বাহক শান্তনু পূজাৰীয়ে , লগতে সহযোগ কৰে জনপ্ৰিয় গায়িকা প্ৰিয়ংকা ভৰালী , লেখিকা তথা জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ অধ্যাপিকা ড: জ্যোতি ৰেখা হাজৰিকা আৰু বিশিষ্ট সাংবাদিক উৎপল বৰাই।



No comments:

Post a Comment

Advertisement

Pages