দেৱব্ৰত শইকীয়াৰ বিৰুদ্ধে কিয় লোৱা হল এই কঠোৰ সিদ্ধান্ত? - SMJ24 - Social Media Journalism

FB_IMG_1594289349588

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Advertisement

Monday, January 4, 2021

demo-image

দেৱব্ৰত শইকীয়াৰ বিৰুদ্ধে কিয় লোৱা হল এই কঠোৰ সিদ্ধান্ত?

PicsArt_01-04-08.35.04

 বিৰোধী দলপতিৰ মৰ্যাদাৰ লগতে কেবিনেট মৰ্যাদাও হেৰুৱালে দেৱব্ৰত শইকীয়াই। অসম বিধানসভাৰ আনুষ্ঠানিক জাননীত প্ৰকাশ পোৱা অনুযায়ী ১ জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ এই সিদ্ধান্ত গ্ৰহন কৰা হৈছে।


উল্লেখ্য যে অলপতে কংগ্ৰেছ দলৰ পৰা কেইবা গৰাকীও বিধায়কে পদত্যাগ কৰাৰ বাবেই এই সিদ্ধান্ত গ্ৰহন কৰা হৈছে।এই বাতৰিয়ে এতিয়া কংগ্ৰেছ দলৰ ভিতৰ চৰাত তীব্ৰ খলকনিৰ সৃষ্টি কৰিছে।

No comments:

Post a Comment

Advertisement

Pages