আজিৰ ৰাশিফল : Horoscope in Assamese - SMJ24 - Social Media Journalism

FB_IMG_1594289349588

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Advertisement

Monday, April 12, 2021

demo-image

আজিৰ ৰাশিফল : Horoscope in Assamese

PhotoGrid_1607914347963

 

 সোমবাৰ ,ইং ১২ এপ্ৰিল ২০২১। ( Horoscope in Assamese )


glass-signs-of-the-zodiac-3236784_640
মেষ

১. মেষ ৰাশি - মেষ ৰাশি জাতক জাতিকা  সকলৰ আজিৰ দিনটোত কৰ্মত সুযোগ লাভ কৰিব, সন্মান লাভ হব, যদিও সজাগ নহলে মনত সামান্য হতাশাৰ ভাৱ বৃদ্ধি  হোৱাৰ যোগ দেখা যায়।

  

glass-signs-of-the-zodiac-3236798_640
বৃষ

২. বৃষ ৰাশি - বৃষ ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্ম ব্যস্ততা বাঢ়িব, সামাজিক কৰ্মত জৰিত হোৱাৰ সুযোগ লাভ কৰিব, যদিও শৰীৰত সামান্য ৰোগ বৃদ্ধি   হোৱাৰ যোগ দেখা যায়।


glass-signs-of-the-zodiac-3236775_640
মিথুন

৩. মিথুন ৰাশি  - মিথুন ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত দ্বায়িত্ব বাঢ়িব, সামাজিক কৰ্মত জৰিত হোৱাৰ সুযোগ লাভ কৰিব, যদিও সজাগ নহলে মনত সামান্য দু:খ পোৱাৰ   যোগ দেখা যায়।


glass-signs-of-the-zodiac-3236781_640
কৰ্কট

৪. কৰ্কট ৰাশি - কৰ্কত ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত যশস্যা বাঢ়িব, শুভ কৰ্মলৈ নিমন্তিত হব পাৰে লগতে যদিও সজাগ নহলে কৰ্মত সামান্য জতিলতা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।


glass-signs-of-the-zodiac-3236780_640
সিংহ

৫. সিংহ ৰাশি : সিংহ ৰাশিৰ  জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত যশস্যা বাঢ়িব, সামাজিক কৰ্মত ব্যস্ততা বাঢ়িব, যদিও সজাগ নহলে সামান্য খৰছ   বৃদ্ধি পোৱাৰ যোগ দেখা যায়।



glass-signs-of-the-zodiac-3236777_640
কন্যা

৬. কন্যা ৰাশি - কন্যা ৰাশি জাতক জাতিকা সকলৰ  আজিৰ দিনটোত কৰ্মত সফল হব, উত্তম বস্ত্ৰ লাভ কৰিব পাৰে যদিও সজাগ নহলে মনৰ আশা ভংগ হোৱাৰ   যোগ দেখা যায়।


Horoscope in Assamese


glass-signs-of-the-zodiac-3236771_640
তুলা

৭. তুলা ৰাশি -  তুলা ৰাশি জাতক জাতিকা সকলে আজিৰ দিনটোতক মনত শান্তি বাঢ়িব, কৰ্মত সফল হব, লগতে প্ৰিয় ব্যক্তিৰ সান্নিধ্য লাভৰ সুযোগ লাভ   হোৱাৰ যোগ দেখা যায়।



glass-signs-of-the-zodiac-3236791_640
বৃশ্চিক

৮. বৃশ্চিক ৰাশি - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত  কৰ্মত উন্নতি হব, দাম্পত্য জীৱনত সুখ বাঢ়িব, লগতে প্ৰেমত শুভ হোৱাৰ যোগ দেখা যায়।



glass-signs-of-the-zodiac-3236796_640
ধনু

৯. ধনু ৰাশি - ধনু ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ  দিনটোত বন্ধু লাভ হব, ঘৰত বিবাহ প্ৰাৰ্থী সকলৰ  বিবাহৰ আলোচনা চলিব,  যদিও সজাগ নহলে কৰ্মত সামান্য জতিলতা  বৃদ্ধি হোৱাৰ যোগ দেখা যায়।



glass-signs-of-the-zodiac-3236779_640
মকৰ

১০.  মকৰ ৰাশি  -মকৰ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত সম্পদ লাভ হব, সন্তানৰ সুখ লাভ হব, যদিও কৰ্মত সজাগ নহলে  মনত সন্দেহ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।


glass-signs-of-the-zodiac-3236774_640
কুম্ভ

১১. কুম্ভ ৰাশি - কুম্ভ ৰাশিৰ জাতক জাতিকা সকলৰ আজি দিনটোত জ্ঞান লাভ হব, গুৰু তুল্য ব্যক্তিৰ সান্নিধ্য লাভ হব,  যদিও কৰ্মত সজাগ নহলে আত্মগ্লানি ভাৱ বৃদ্ধি হোৱাৰ  যোগ দেখা যায়।


glass-signs-of-the-zodiac-3236790_640
মীন

১২. মীন ৰাশি- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত  সামাজিক কৰ্মত জৰিত হোৱাৰ সুযোগ লাভ কৰিব, মনত আনন্দ বাঢ়িব, যদিও কৰ্মত সজাগ নহলে মনত সামান্য  অভিমান  ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়


"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।

সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "


আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।


         -: জ্যোতিষী :-


শ্ৰী নয়নজ্যোতি দেৱ শৰ্মা 

-: নৱগ্ৰহ জ্যোতিষালয় :-                                                জালুকবাৰী , গুৱাহাটী -১৪


Pn no -9101096481

Wp no - 9577136205

🙏🙏🙏🙏🙏🙏🙏

PhotoGrid_1607481497035

বিঃদ্ৰঃ উক্ত ৰাশিফল ( Horoscope in Assamese )সন্মানীয় জ্যোতিষী নয়নজ্যোতি দেৱ শৰ্মা ডাঙৰীয়াৰ দ্বাৰা আগবঢ়োৱা হৈছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages