হনুমান চালিচাত মুঠ ৪০টা চৌপাই আছে।প্ৰতিটো চোপায়ে হৈছে সিদ্ধমন্ত্ৰ।কিন্তু তাৰে ৫টাৰ বিশেষ ক্ষমতা আছে। ( Religious Studies )
কোৱা হয় যে,যদি আপুনি এই ৫টা মন্ত্ৰ নিয়মীয়াকৈ আবৃত্তি কৰিব পাৰে,তেতিয়া আপুনি,স্বাস্হ্য,সমৃদ্ধি আৰু সম্পত্তি লাভ কৰিব।
হনুমান চালিচাৰ মাহাত্ম্য
১)ৰামদূত অতুলিত বলধামা।অঞ্জনিপুত্ৰ পৱনসুত নামা"।হনুমান পূজাৰ সময়ত এই মন্ত্ৰটি উচ্চাৰণ কৰি আপুনি সকলো ধৰণৰ মানসিক আৰু শাৰীৰিক বেদনাৰ পৰা সকাহ পাব।
২)মহাবীৰ বিক্ৰম বজৰংগী।কুমতি নিবাৰ সুমতি কে সংগী"।এই মন্ত্ৰত আপুনি জ্ঞান আৰু বুদ্ধিমত্তাৰ অধিকাৰী হব। ( Religious Studies )
৩/বিদ্যাৱান জ্ঞানী অতি চাতুৰ।ৰামকাজ কৰিবে কো আতুৰ"।।যদি এজন ব্যক্তিয়ে বিভিন্ন বিষয়ৰ বিষয়ে জ্ঞানী হব বিচাৰে,তেন্তে এই মন্ত্ৰৰ কোনো বিকল্প নাই।
৪)ভীম ৰূপ ধৰি অসুৰ সংহাৰে।ৰামচন্দ্ৰ কে কাম সবাৰে"।শক্ৰৰ পৰা পৰিত্ৰান পাবলৈ এই মন্ত্ৰটো প্ৰত্যেক দিনা পুৱা আবৃত্তি কৰিব লাগে।
৫/লায়ে সঞ্জীৱন লক্ষ্মণ জিয়ায়ে।শ্ৰী ৰঘুবীৰ হৰষি ঊৰ লায়ে"।যদি আপুনি দীৰ্ঘদিন ধৰি কোনো ৰোগত ভুগি আছে,তেন্তে নিশ্চিতভাৱে আপোনাৰ হৃদয়ৰ পৰা এই মন্ত্ৰটি পাঠ কৰিব।তেতিয়া আপুনি নিশ্চিতভাৱে সুফল পাব।।(কথাখিনি সংগ্ৰহিত) জয় বীৰ হনুমান।
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Religious Studies )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
No comments:
Post a Comment