৩১ শাওণ, বুধবাৰ ইং, ১৭ আগষ্ট ২০২২। ( Horoscope Today )
১. *মেষ ৰাশি* (অ,ল) : - মেষ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত মনত শান্তি বাঢ়িব, কৰ্মত সন্মান বাঢ়িব, লগতে আজি আপুনি কৰ্মক্ষেত্ৰত বিভিন্ন সুযোগ লাভ কৰাৰ যোগ দেখা যায়।
২. *বৃষ ৰাশি*( উ,ব,ই) : - বৃষ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত সামাজিক কৰ্মত জৰিত হোৱাৰ সুযোগ লাভ কৰিব, লগতে আজি আপুনি ভ্ৰমণত শুভ হোৱাৰ যোগ দেখা যায়।
৩. *মিথুন ৰাশি* ( ক,ছ) : - মিথুন ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত মনত নতুন আশাৰ সঞ্চাৰ হ'ব, লগতে আজি আপোনাৰ কৰ্মত আনৰ পৰা সহায় সহযোগিতা লাভ কৰিব যদিও আজি আপুনি বিবাদৰ পৰা আতৰি থকাটো ভাল হ'ব।
৪. *কৰ্কট ৰাশি*( ড,হ) : - কৰ্কত ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ সকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত মধ্যম হ'ব যদিও আজি আপুনি সজাগ নহ'লে সন্মান হানি হোৱাৰ যোগ দেখা যায় ।
৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত কৃতকাৰ্যতা লাভ কৰিব, পাৰিবাৰিক দিশতে শুভ হ'ব, যদিও আজি আপুনি সজাগ নহ'লে মনত সামান্য দু:সখ পাৱ পাৰে।
৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত ধন ধান বাঢ়িব, সন্মান বাঢ়িব, পিতৃ মাতৃৰ পৰা মৰম লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ'লে সামান্য ঘৰুৱা কৰ্মত মনত অশান্তি বাঢ়িব পাৰে। ( Horoscope Today )
৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত সম্পত্তি বাঢ়িব, আৰ্থিক অৱস্থা উন্নতি হ'ব, যদিও আজি আপুনি সজাগ নহ'লে শৰীৰত সামান্য ৰোগ বাঢ়িব পাৰে লগতে আজি আপুনি সজাগ নহ'লে সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত সফলতা লাভ কৰিব, ঘৰুৱা কৰ্মত সফলতা লাভ কৰিব, লগতে আজি আপোনাৰ শত্ৰু নাশ হোৱাৰ যোগ দেখা যায়।
৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত কৃতকাৰ্যতা লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ'লে সামান্য শৰীৰত ৰোগ বাঢ়িব পাৰে লগতে আজি আপুনি সজাগ নহ'লে সামান্য বেয়া সংবাদ লাভ হোৱাৰ যোগ দেখা যায়।
১০. *মকৰ ৰাশি* (খ,জ): - মকৰ ৰাশি জাতক - জাতিকাসকলৰ আজিৰ দিনটোত সম্পত্তি লাভ কৰিব, বিদ্যাৰ্থী সকলৰ সুনাম বাঢ়িব, যদিও আজি আপুনি স্বাস্থ্যৰ ক্ষেত্ৰত সজাগ হোৱাটো ভাল হ'ব।
১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক - জাতিকাসকলৰ আজি দিনটোত মনত আনন্দ বাঢ়িব, লগতে আজি আপোনাৰ প্ৰেমত শুভ হোৱাৰ যোগ দেখা যায়।
১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত শুভ সংবাদ লাভ কৰিব, শিল্পী সকলৰ শুভ হ'ব, লগতে আজি আপোনাৰ ধন সন্মান লাভ হোৱাৰ যোগ দেখা যায়।
"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। "
আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।
-: *জ্যোতিষী* :-
জ্যোতিষৰত্ন শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা
-: নৱগ্ৰহ জ্যোতিষালয় :- " মা কামাখ্যা গেট " (নাৰ্চাৰী)
গুৱাহাটী - ৯
Ph no -9101096481
Wp no - 9577136205
🙏🙏🙏🙏🙏🙏🙏
বিঃদ্ৰঃ উক্ত ৰাশিফল সন্মানীয় জ্যোতিষী নয়নজ্যোতি দেৱ শৰ্মা ডাঙৰীয়াৰ দ্বাৰা আগবঢ়োৱা হৈছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ Social Media Journalism ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ আহ্বান জনালো।আমাৰ ফেচবুক গ্ৰুপত আপোনালোকৰ দ্বাৰা প্ৰকাশ পোৱা নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।আমাৰ ফেচবুক গ্ৰুপৰ লিংক তলত দিয়া হল,ধন্যবাদ। ( Horoscope Today )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment