আপোনালোকে যেনেকৈ পাৰে সহায়ৰ হাত আগবঢ়াই এনাশী দিহিঙ্গীয়াক সোনকালে সুস্থ হোৱাত সহায় কৰক : Assamese News - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, August 17, 2022

আপোনালোকে যেনেকৈ পাৰে সহায়ৰ হাত আগবঢ়াই এনাশী দিহিঙ্গীয়াক সোনকালে সুস্থ হোৱাত সহায় কৰক : Assamese News

Assamese News


যুৱতী গৰাকীৰ নাম এনাশী দিহিঙ্গীয়া। ঘৰঃ শিৱসাগৰ জিলাৰ বকতাত । ( Assamese News )


পিতৃক হেৰুৱাই অসুখীয়া মাকৰ সতে জীয়াই থাকিবলৈ ঘৰৰ আৰ্থিক দিনতাৰ পৰা সকাহ বিচাৰি মানৱ সেৱাৰ পথ বাচি লৈ ডিব্ৰুগড়স্থিত মাৰোৱাৰী আৰোগ্য ভৱনত এগৰাকী পৰিচাৰিকা হিচাপে কৰ্মৰত হৈ হাজাৰজনৰ সেৱা আগবঢ়াই থাকোঁতেই নিজেই ৰাইজৰ ওচৰত সহায় বিচাৰিব লগা হৈছে। 


নিয়তিৰ কি নিষ্ঠুৰ পৰিহাস। পিতৃহীনা ছোৱালীজনীয়ে অসুখীয়া মাকৰ  সৈতে জীয়াই থাকিবলৈ কৰা সংগ্ৰামখনিত থমকি ৰ'ব লগা হৈছে। 


ভৰ যৌৱনতে তেওঁ এক জটিল ৰোগত আক্ৰান্ত হৈ ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজত ভৰ্তি হৈও আৰ্থিক নাটনিৰ বাবে আৰু Blood ৰ Platelet কমি যোৱাৰ ফলত তেওঁৰ শৰীৰৰ Internal Bleeding হৈ স্বাস্থ্যৰ অধিক অৱনতি ঘটিছে। ( Assamese News )


সঁচাই বৰ্তমান তেওঁৰ স্বাস্থ্য অতি শোচনীয়। আপোনালোকে তেওঁক O(+)ve Blood ৰ যোগান ধৰি নাইবা আৰ্থিকভাৱে  সহায় কৰিলেহে তেওঁ আকৌ সুস্থ হৈ আমাৰ মাজৰ জীয়াই থাকি ৰাইজৰ হকে, সমাজৰ হকে,  দেশৰ হকে সেৱা আগবঢ়াই যাব পাৰিব। 


তেওঁক এতিয়া প্ৰতিদিনেই ঔষধৰ নামত ৩০/৪০ হেজাৰ টকাৰ প্ৰয়োজন হয়। গতিকে, আমি এনাশী দিহিঙ্গীয়াৰ হৈ সদৌ অসমবাসী, জাতীয় দল-সংগঠন, অসম চৰকাৰৰ ওচৰত অতি বিনম্ৰভাৱে কৰযোৰে  সহায় ভিক্ষা মাগিছোঁ। 


আপোনালোকে যেয়ে যেনেকৈ পাৰে  সহৃদয়তাৰে সহায়ৰ হাত আগবঢ়াই এনাশী দিহিঙ্গীয়াক সোনকালে সুস্থ হৈ পুনৰ ৰাইজৰ সেৱা আগবঢ়াবৰ বাবে  সহায় কৰে যেন। 

তেওঁৰ Google Pay  number = 9864520354

Account details:

Bank  name : SBI

Branch: SBI GARGAON

A/c no. : 35355105910

IFSC: SBIN0007381

Attendant number-+91 6001-478312


Assamese News )

No comments:

Post a Comment

Advertisement

Pages