ফিটকীৰীয়ে এই ৰোগসমূহক তৎক্ষণাৎ দূৰ কৰে : Assamese Health Tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, August 16, 2022

ফিটকীৰীয়ে এই ৰোগসমূহক তৎক্ষণাৎ দূৰ কৰে : Assamese Health Tips


ফিটকীৰীৰ আমি নজনা কেইটামান অদ্ভূত গুণ। ।  Assamese Health Tips ) 


1 . টনছিল হলে ফিটকীৰী পানীত মিহলাই কুলি কুলি কৰিলে  ভাল পায় আৰু ফুলা কমি যায় ।


2 . মহিলাসকলৰ  বগাশ্ৰাৱৰ সমস্যা থাকিলে  আধা গ্ৰাম ফিটকীৰি এটা কলৰ ভিতৰত ভৰাই থৈ ৰাতিপুৱা খাব । এনেকৈ 45 দিন খালে সম্পূৰ্ণ সুস্থ হৈ উঠে ।।


3 . গৰ্ভৱতী মহিলাৰ বা সাধাৰণতে হোৱা veginal infection ৰ বাবে ফিটকীৰি মিহলোৱা পানীৰে দৈনিক ধুলে  ভাল হয় । 


4.  যিকোনো কটা চিঙাত তেজ নৰোৱা হলে ফিটকীৰি লগালে তেজ ওলোৱা বন্ধ হয় ।


5.  শিশুৰ কাপোৰ ধোঁৱাৰ সময়ত ডেটলৰ সলনি ফিটকীৰি ব্যৱহাৰ কৰিলে 1000 গুণ ভাল ফল পাব ।। ডেটলৰ দাম  600 টকা লিটাৰ ।


10 টকাৰ ফিত্কীৰীৰে 100 লিটাৰ ডেটল বনাব পাৰিব ।। 

গতিকে ডেটল বন্ধ কৰি  আজিয়েই ফিটকীৰি আনক ।

  Assamese Health Tips ) 


6.  দাঁত পোকে খালে বা দাঁত বিষালে ফিটকীৰি পানীত মিহলাই সেই পানী তুলাৰে দাঁতত লগালে বিষ নোহোৱা হয় আৰু infection নহয় ।


7.  তালমিছৰী 20 গ্ৰাম আৰু ফিটকীৰি 10 গ্ৰাম লৈ ভালকৈ গুড়ি কৰি থৈ দি দৈনিক আধা গ্ৰাম কৰি খালে হাপানী ৰোগৰ পৰা উপশম পাব পাৰি ।


8 . ওকণী হলে আধা লিটাৰ পানীত 10 গ্ৰাম ফিটকীৰি মিহলাই মূৰ ধুলে অকণী মৰি যায় ।


9. গোটেই গা খুজাই থাকিলে ফিটকীৰি পানীৰে গা ধুলে খোজোৱা বন্ধ হয় ।।।


10. গাৰ দুৰ্গন্ধ ওলোৱা মানুহে ফিটকীৰী অলপ গা ধোৱা পানীত মিহলাই লব পাৰে । 


11. কৰঙনৰ চুকত হোৱা  খজুৱতিৰ বাবে ফিটকীৰী লগাব পাৰে ।



এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


Assamese Fact

বিঃদ্ৰঃ উক্ত লেখা সন্মানীয়  আচাৰ্য পংকজ পাঠক ডাঙৰীয়াৰ দ্বাৰা আগবঢ়োৱা হৈছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ। Assamese Health Tips ) 


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


1 comment:

Advertisement

Pages