কাচৰ দ্বাৰা নিৰ্মিত আইনাৰ সম্বন্ধ আমাৰ ভাগ্যৰ লগতো থাকে।কাৰণ ইয়ে আমাৰ ঘৰৰ ভিতৰত পজিটিভ শক্তি আনে আৰু নিগেটিভ শক্তিক দূৰ কৰিবলৈ মূখ্য ভূমিকা পালন কৰে।সেইবাবে-আইনা লগোৱাৰ সময়ত এই বাস্তু নিয়য মানিব লাগে। ( Assamese Fact )
*মুখ'মণ্ডলক ধুনীয়া কৰি তুলা আইনা সম্বন্ধ আমাৰ সৌভাগ্যৰ লগত জড়িত থাকে।এয়ে কাৰণ হৈ যে-পঞ্চতন্ত্ৰত আধাৰিত বাস্তু শাস্ত্ৰত আইনাৰ লগত জড়িত নিয়মৰ কথা কোৱা হৈছে।যাক নেদেখা কৰিলে-প্ৰায় লোকে বহুত সমস্যাৰ সন্মুখীন কৰিবলগীয়া হয়।
বাস্তু শাস্ত্ৰ অনুসাৰে কোনো ঘৰ বা ভৱনৰ ভিতৰত-ভুল দিশত আৰু ভুল আইনাৰ বাবে যি বাস্তু দোষ উৎপন্ন হয়,তাৰ দু-প্ৰভাৱ সেই ভৱনত থকা লোকসকলৰ,ধন,শৰীৰৰ আদিৰ ওপৰত পৰে।এনেতে দোষ আৰু দুভাগ্যৰ পৰা ৰক্ষা পাবলৈ-ঘৰৰ কোনো কোণত আইনা লগোৱা সময়ত-বাস্তুৰ নিয়মসমূহ বিস্তাৰ ভাৱে জনাটো প্ৰয়োজনীয়।
*কোন দিশে লগাব লাগে আইনা-
*বাস্তু শাস্ত্ৰ অনুসাৰে-কাচৰ দ্বাৰা তৈয়াৰী আইনা ঘৰৰ ভিতৰত লগাবলৈ উত্তৰ দিশক সকলোতকৈ উত্তম মনা হয়।আইনাৰ লগত জড়িত শুভ ফলৰ প্ৰাপ্তৰ বাবে-আইনাৰ লগত জড়িত দোষ দূৰ কৰিবলৈ-সদায়ে উত্তৰ দিশৰ ফালে আইনা লগাব লাগে।
*আইনাৰ লগত জড়িত প্ৰয়োজনীয় নিয়ম-
*বাস্তু শাস্ত্ৰ অনুসাৰে-উত্তৰ দিশৰ বেৰত-আইনাক বেছি ওপৰত বা বেছি তলত ৰাখিব নালাগে।এই নিয়মক নেদেখা কৰিলে কেৱল বাস্তু দোষ উৎপন্ন হোৱাৰ-লগতে-আপুনি আইনা চোৱাতো অসুবিধা হয়। ( Assamese Fact )
*ভুলটো লগাব নালাগে-এই দিশে আইনা-
*বাস্তু শাস্ত্ৰ অনুসাৰে সুখ আৰু সৌভাগ্যৰ লগত জড়িত দৰ্পণক-কেতিয়াও মুখা-মুখিকে লগাব নালাগে।বাস্তু শাস্ত্ৰত এনে কৰাটো ডাঙৰ দোষ মনা হয়।যাৰ বাবে-সেই ভবনত থকা লোকসকলে মানসিক সমস্যা ভূগিব লগীয়া হয়।সেইবাবে দুখন আইনা মুখা-মুখিকে ৰাখিব নালাগে।
*এই স্থানত ভুলটো আইনা নলগাব-
*বাস্তু অনুসাৰে ঘৰৰ ভিতৰৰ কিছু স্থানত ভুলটো আইনা লগাব নালাগে।অন্যথা সেই ঘৰত থকা লোকসকলৰ সুখ-সমৃদ্ধি কম হয়।যত শুৱনি কোঠাত থকা আইনাই বৈবাহিক জীৱনত সুখত দুৰ্বলতা আনে আৰু ঘৰৰ দুৱাৰৰ ফালে মুখ কৰি থকা আইনাই-সেই ঘৰত আহিবলগীয়া সকাৰত্মকতা উৰ্জাক ঘূৰাই পথিয়াই।
*আইনা লগত জড়িত উপায়-
*শোৱনি কোঠাত আইনা থাকিলে-সেই আইনা এনেদৰে লগাব লাগে-যাতে-সেই আইনাত আপোনাৰ বিচনাৰ প্ৰতিবিম্ব নপৰে।সম্ভৱ হলে সেই আইনাত এখন পৰ্দা লগাব লাগে।আৰু আইনাখ প্ৰয়োগ কৰাৰ পাছত ঢাকি ৰাখিব লাগে।(সংগ্ৰহিত)।
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Assamese Fact )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
No comments:
Post a Comment