আজিৰ ৰাশিফল : Horoscope in Assamese - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, March 18, 2021

আজিৰ ৰাশিফল : Horoscope in Assamese

Horoscope in Assamese

 বৃহস্পতিবাৰ ,ইং ১৮ মাৰ্চ ২০২১। ( Horoscope in Assamese )


মেষ

১. মেষ ৰাশি - মেষ ৰাশি জাতক জাতিকা  সকলৰ আজিৰ দিনটোত সঞ্চয় বাঢ়িব, প্ৰেমত আনন্দ বাঢ়িব, লগতে কৰ্মত সফল  হোৱাৰ যোগ দেখা যায়।

  

বৃষ

২. বৃষ ৰাশি - বৃষ ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত শুভ কৰ্মলৈ অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰিব, শুভ কৰ্মলৈ নিমন্তিত হব পাৰে লগতে বিবাদ নিস্পত্তি হব যদিও সজাগ নহলে দেহ মনত সামান্য কষ্ট  হোৱাৰ যোগ দেখা যায়।


মিথুন

৩. মিথুন ৰাশি  - মিথুন ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সফল হব, মনত আনন্দ বাঢ়িব যদিওও মনত সামান্য খংঙ ভাৱ বৃদ্ধি হোৱাৰ  যোগ দেখা যায়।


কৰ্কট

৪. কৰ্কট ৰাশি - কৰ্কত ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত জ্ঞান লাভ হব যদিও কৰ্মত  সজাগ নহলে মনোমালিন্য হব পাৰে লগতে ক্ষতি হোৱাৰ যোগ দেখা যায়।


সিংহ

৫. সিংহ ৰাশিৰ  জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সহায় লাভ হব, আত্মীয়ৰ সুখ লাভ হব যদিও সজাগ নহলে আজি মনত বেয়া চিন্তা আহিব পাৰে ।



Horoscope Today
কন্যা

৬. কন্যা ৰাশি - কন্যা ৰাশি জাতক জাতিকা সকলৰ  আজিৰ দিনটোত কৰ্মত সফল হব, যদিও সামান্য বাধা বিঘিনি আহিব পাৰে লগতে সজাগ নহলে মনৰ পৰিবৰ্তন  হোৱাৰ যোগ দেখা যায়।


Horoscope in Assamese


তুলা

৭. তুলা ৰাশি - তুলা ৰাশি জাতক জাতিকা সকলে আজিৰ দিনটোত  সন্মান বাঢ়িব , দ্ৰব্য লাভ হব, লগতে সমস্যাৰ সমাধান  হোৱাৰ  যোগ দেখা যায়।



বৃশ্চিক

৮. বৃশ্চিক ৰাশি - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত শুভ হব, উকীল সকলৰ শুভ হব, লগতে আজি বন্ধু লাভ  হোৱাৰ যোগ দেখা যায়।


ধনু

৯. ধনু ৰাশি - ধনু ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ মনত  দিনটোত কৰ্মত  সজাগ নহলে মনত সামান্য অশান্তি পাৱ পাৰে , লগতে বিদ্যাৰ্থী সকলে বিদ্যা আহৰণত সামান্য কষ্ট পাৱ পাৰে সজাগ নহলে আজি ক্ষতি হোৱাৰ যোগ দেখা যায়।


মকৰ

১০.  মকৰ ৰাশি  - মকৰ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত ৰাজনিতিৰ লগত জৰিত ব্যক্তি সকলৰ শুভ হব, খেতিয়ক সকলৰ শুভ হব যদিও ভ্ৰমণত সামান্য কষ্ট  হোৱাৰ  যোগ দেখা যায়।


কুম্ভ

১১. কুম্ভ ৰাশি - কুম্ভ ৰাশিৰ জাতক জাতিকা সকলৰ আজি দিনটোত অৰ্থ লাভ হব, সামাজিক কৰ্মত ব্যস্ত হোৱাৰ সুযোগ লাভ কৰিব, লগতে কৰ্মত শুভ  হোৱাৰ যোগ দেখা যায়।


মীন

১২. মীন ৰাশি- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সফল হব, শত্ৰু নাশ হব, যদিও সামান্য কৰ্ম স্থান পৰিৱৰ্তন হোৱাৰ যোৱাৰ যোগ দেখা যায়। 


"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।

সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "


আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।


         -: জ্যোতিষী :-


শ্ৰী নয়নজ্যোতি দেৱ শৰ্মা 

-: নৱগ্ৰহ জ্যোতিষালয় :-                                                জালুকবাৰী , গুৱাহাটী -১৪


Pn no -9101096481

Wp no - 9577136205

🙏🙏🙏🙏🙏🙏🙏

Horoscope in Assamese

বিঃদ্ৰঃ উক্ত ৰাশিফল ( Horoscope in Assamese )সন্মানীয় জ্যোতিষী নয়নজ্যোতি দেৱ শৰ্মা ডাঙৰীয়াৰ দ্বাৰা আগবঢ়োৱা হৈছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:

Post a Comment

Advertisement

Pages