আজিৰ ৰাশিৌল : Horoscope in Assamese - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, March 11, 2021

আজিৰ ৰাশিৌল : Horoscope in Assamese

Horoscope in Assamese

 ২৬ ফাগুন , বুধবাৰ ,ইং ১১ মাৰ্চ ২০২১।( Horoscope in Assamese )


মেষ

১. মেষ ৰাশি - মেষ ৰাশি জাতক জাতিকা  সকলৰ আজিৰ দিনটোত ধন লাভ হব, সম্পত্তি লাভ হব, যদিও সজাগ নহলে কৰ্মত সামান্য জতিলতা  বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

  

বৃষ

২. বৃষ ৰাশি - বৃষ ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত  কৰ্ম ব্যস্ততা বাঢ়িব যদিও সজাগ নহলে সন্মান হানি হব পাৰে লগতে শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।


মিথুন

৩. মিথুন ৰাশি  - মিথুন ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সামান্য জতিলতা বাঢ়িব পাৰে লগতে লগতে বন্ধন ভয় বৃদ্ধি  হোৱাৰ যোগ দেখা যায়।


কৰ্কট

৪. কৰ্কট ৰাশি - কৰ্কত ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত দ্ৰব্য লাভ হব, ধন সন্মান লাভ হব, যদিও সজাগ নহলে সামান্য এলাহ ভাৱ  বৃদ্ধি হোৱাৰ যোগ দেখা যায়।


সিংহ

৫. সিংহ ৰাশিৰ  জাতক জাতিকা সকলৰ আজিৰ দিনটোত যশস্যা বাঢ়িব, লগতে কৰ্মত শুভ   হোৱাৰ যোগ দেখা যায়।



Horoscope Today
কন্যা

৬. কন্যা ৰাশি - কন্যা ৰাশি জাতক জাতিকা সকলৰ  আজিৰ দিনটোত কৰ্মত আনৰ সহায় লাভ হব, সঞ্চয় বৃদ্ধি হব, যদিও সজাগ নহলে শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ  যোগ দেখা যায়।


Horoscope in Assamese


তুলা

৭. তুলা ৰাশি - তুলা ৰাশি জাতক জাতিকা সকলে আজিৰ দিনটোত  খেতিয়ক সকলৰ শুভ হব, শুভ সংবাদ লাভ হব,যদিও কৰ্মত সজাগ নহলে সামান্য জতিলতা ৰ সন্মুখীন হোৱাৰ  যোগ দেখা যায়।



বৃশ্চিক

৮. বৃশ্চিক ৰাশি - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত দাম্পত্য জীৱনত শুভ হব, যদিও মনত সামান্য ভয় ভাৱ বাঢ়িব পাৰে লগতে সজাগ নহলে প্ৰতাৰণাৰ সন্মুখীন হোৱাৰ যোগ দেখা যায়।


ধনু

৯. ধনু ৰাশি - ধনু ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ মনত  দিনটোত কৰ্মত সফল হব, কৰ্মত যশস্যা লাভ হব, যদিও আজি কৰ্মত সজাগ   হোৱাটো ভাল। 


মকৰ

১০.  মকৰ ৰাশি  - মকৰ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত  বিদ্যাৰ্থী সকলৰ শুভ হব, আত্মীয়ৰ আগমন হব, যদিও সজাগ নহলে  সামান্য ব্যয় বৃদ্ধি  হোৱাৰ  যোগ দেখা যায়।


কুম্ভ

১১. কুম্ভ ৰাশি - কুম্ভ ৰাশিৰ জাতক জাতিকা সকলৰ আজি দিনটোত ভ্ৰমণৰ সুযোগ লাভ হব, প্ৰতিভাৰ বিকাশৰ সুযোগ লাভ কৰিব, লগতে আজি মনটো সামান্য অস্থিৰা ভাৱ বৃদ্ধি পোৱাৰ যোগ দেখা যায়।


মীন

১২. মীন ৰাশি- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনত মনৰ আশা পুনৰ হব, যদিও সজাগ নহলে সামান্য খংঙ আৰু অভিমান বৃদ্ধি  হোৱাৰ যোগ দেখা যায়।


"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।

সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "


আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।


         -: জ্যোতিষী :-


শ্ৰী নয়নজ্যোতি দেৱ শৰ্মা 

-: নৱগ্ৰহ জ্যোতিষালয় :-                                                জালুকবাৰী , গুৱাহাটী -১৪


Pn no -9101096481

Wp no - 9577136205

🙏🙏🙏🙏🙏🙏🙏

Horoscope in Assamese

বিঃদ্ৰঃ উক্ত ৰাশিফল ( Horoscope in Assamese )সন্মানীয় জ্যোতিষী নয়নজ্যোতি দেৱ শৰ্মা ডাঙৰীয়াৰ দ্বাৰা আগবঢ়োৱা হৈছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:

Post a Comment

Advertisement

Pages