ক্ষীণৰ পৰা শকত হোৱাৰ ঘৰুৱা বিধান : Health Tips in Assamese - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, March 20, 2021

ক্ষীণৰ পৰা শকত হোৱাৰ ঘৰুৱা বিধান : Health Tips in Assamese

Health Tips in Assamese

দৈনিক ৰাতিপুৱা উঠি বাহী মুখত গৰম পানী খাওঁক 3 গিলাচ ( Health Tips in Assamese )।  তাৰ 1 ঘণ্টা পিছি ত্ৰিফলা গুড়ি এক চামুচ আৰু মৌ দুই চামুচ মিহলাই খাওঁক । 


ৰাতিপুৱা সূৰ্য্য উদয় হোৱাৰ 2 ঘণ্টাৰ ভিতৰত পেট ভৰাই খাদ্য খাওঁক । খাদ্য খাই উঠি কমেও এঘণ্টা পানী নাখাব । 

খোৱা খাদ্য ভালকৈ চোৱাই চোৱাই খাওঁক যাতে খাদ্যৰ প্ৰতিটো অনু শৰীৰে গ্ৰহণ কৰিব পাৰে ।


এটা পকা কলৰ লগত এক চামুচ অস্বগন্ধা গুড়ি মিহলাই মিক্সিত মাৰি পানী দি juice বনাই লৈ ৰাতিপুৱা খাদ্য খোৱাৰ পিছত খাব। 


ৰাতিৰ খাদ্য যিমান পাৰে সোনকালে খাওঁক ।  এইদৰে 3 মাহ কৰিলে শৰীৰৰ ওজন সামান্য হব ।

Health Tips in Assamese

বিঃদ্ৰঃ উক্ত লেখা সন্মানীয় আচাৰ্য পংকজ পাঠক ডাঙৰীয়াৰ(যোগাযোগ - ৮৪৭২৯৯৬৩১৬)Health Tips in Assameseআপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

1 comment:

  1. Enke khaote dkhn time to khedale dknt ahim ketia������

    ReplyDelete

Advertisement

Pages