আজিৰ ৰাশিফল : Horoscope in Assamese - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, February 26, 2021

আজিৰ ৰাশিফল : Horoscope in Assamese

                     

Horoscope in Assamese

১৩ফাগুন ,শুক্ৰবাৰ ,ইং ২৬ ফ্ৰেব্ৰুৱাৰী ২০২১।( Horoscope in Assamese )

মেষ

১. মেষ ৰাশি - মেষ ৰাশি জাতক জাতিকা  সকলৰ আজিৰ দিনটোত বিবাদ নিস্পত্তি হব, লগতে ধন বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

  

বৃষ

২. বৃষ ৰাশি - বৃষ ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত সন্মান বৃদ্ধি হব,মনত আনন্দ বাঢ়িব,  যদিও সজাগ নহলে দাম্পত্য জীৱনৰ সামান্য নিৰাশা ভাৱ বৃদ্ধি পোৱাৰ যোগ দেখা যায়।


মিথুন

৩. মিথুন ৰাশি  - মিথুন ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত শূভ হব, ঘৰত বিবাহৰ আলোচনা হব পাৰে, লগতে কৰ্মত সফল হব, যদিও  সজাগ মনত সামান্য কষ্ট  পোৱাৰ যোগ দেখা যায়।


কৰ্কট

৪. কৰ্কট ৰাশি - কৰ্কত ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত নতুন যোগাযোগৰ সুযোগ লাভ কৰিব, যদিও সজাগ নহলে মনত সামান্য চিন্তা আৰু কষ্ট পাৱ পৰে লগতে আজি প্ৰৱঞ্চকৰ পৰা সাৱধান হোৱাটো ভাল।


সিংহ

৫. সিংহ ৰাশিৰ  জাতক জাতিকা সকলৰ আজিৰ দিনটোত  প্ৰেমত শুভ হব, যদিও কৰ্মত সজাগ  নহলে জেষ্ঠ্য জনৰ পৰা দু:সংবাদ পাৱ পাৰে, লগতে কৰ্মত সামান্য জতিলতা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।


Horoscope Today
কন্যা

৬. কন্যা ৰাশি - কন্যা ৰাশি জাতক জাতিকা সকলৰ  আজিৰ দিনটোত আত্মীয়ৰ সুখ লাভ হব, ধন সন্মান লাভ হব, লগতে আজি কৰ্মত মধ্যম ফল লাভ হোৱাৰ যোগ দেখা যায়।


Horoscope in Assamese


তুলা

৭. তুলা ৰাশি - তুলা ৰাশি জাতক জাতিকা সকলে আজিৰ দিনটোত মনত শান্তি বাঢ়িব, আৰ্থিক দিশত উন্নতি হব যদিও সজাগ নহলে পিতৃ মাতৃৰ শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ  যোগ দেখা যায়।



বৃশ্চিক

৮. বৃশ্চিক ৰাশি - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত সম্পদ বৃদ্ধি হব, উত্তম ভোজন লাভ হব পাৰে যদিও কৰ্মত সজাগ নহলে মনত বিষণ্ণতাৰ  ভাৱা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।


ধনু

৯. ধনু ৰাশি - ধনু ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ মনত  দিনটোত আয় বাঢ়িব, স্বাস্থ্যৰ উন্নতি হব যদিও কৰ্মত সজাগ নহলে সামান্য জতিলতা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।



মকৰ

১০.  মকৰ ৰাশি  - মকৰ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত ৰোগাৰোগ্য হব, প্ৰেম আৰু কৰ্মত শুভ হব, লগতে কৰ্মত ভন্ধুৰ সহায় লাভ হোৱাৰ যোগ দেখা যায়।


কুম্ভ

১১. কুম্ভ ৰাশি - কুম্ভ ৰাশিৰ জাতক জাতিকা সকলৰ আজি দিনটোত সন্মান বাঢ়িব, যদিও শৰীৰত সামান্য ৰোগ বাঢ়িব পাৰে  লগতে সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।


মীন

১২. মীন ৰাশি- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনত নতুন আশাৰ সঞ্চাৰ হব, কৰ্মত সফল হব, লগতে আজি সামাজিক কৰ্মত জৰিত হোৱাৰ সুযোগ লাভ হোৱাৰ  যোগ দেখা যায়।


"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।

সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "


আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।


         -: জ্যোতিষী :-


শ্ৰী নয়নজ্যোতি দেৱ শৰ্মা 

-: নৱগ্ৰহ জ্যোতিষালয় :-                                                জালুকবাৰী , গুৱাহাটী -১৪


Pn no -9101096481

Wp no - 9577136205

🙏🙏🙏🙏🙏🙏🙏

Horoscope in Assamese

বিঃদ্ৰঃ উক্ত ৰাশিফল ( Horoscope in Assamese )সন্মানীয় জ্যোতিষী নয়নজ্যোতি দেৱ শৰ্মা ডাঙৰীয়াৰ দ্বাৰা আগবঢ়োৱা হৈছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:

Post a Comment

Advertisement

Pages