আপুনি কি সংখ্যাৰ লোক ?
আপোনাৰ নামটো কি সংখ্যৰ ?
আপোনাৰ শুভ সংখ্যা কি?
কি সংখ্যাক আপুনি বেচি ভাল বা বেয়া পায়?
কি সংখ্যাই আপোনাৰ জীৱনত বেচি প্ৰভাৱ
বিস্তাৰ কৰে ?
আপোনাৰ নামৰ লগত নিজৰ গাড়ী, বাইক প্ৰতিস্থান আদিৰ নাম /নম্বৰ মিল খাইছেনে ?
..... এনেবোৰ কথা নিজাকৈ জানিবলৈ
বিশ্ব বিখ্যাত হস্তৰেখা তথা সংখ্যাজ্যোতিৰ্বিদ -- 'কিৰো' -ৰ সংখ্যা জ্যোতিষ বিদ্যা { Numerology )- ৰ কিছু প্ৰাথমিক আভাস জানোঁ আহক ----
1) প্ৰথমে আপুনি কি সংখ্যাৰ লোক এইদৰে জানিব পাৰিব ----
আপোনাৰ জন্ম তাৰিখ ইংৰাজী মাহৰ
1 , 10, 19, 28 হলে আপোনাৰ সংখ্যা হব ----1
2, 11, 20, 29 ,, ,, ,, ,, ___2
3, 12, 21, 30 ,, ,, ,, ,, ___3
4, 13, 22, 31 ,, ,, ,, ,, ___4
5, 14, 23, ,, ,, ,, ,, ___5
6, 15, 24, ,, ,, ,, ,, ___6
7, 16, 25, ,, ,, ,, ,, ___7
8, 17, 26 ,, ,, ,, ,, ___8
9, 18, 27 ,, ,, ,, ,, ___9
--------------------------------------------------------------
জন্ম তাৰিখ মতে মিলাই যি সংখ্যা পাব সেই সংখ্যাই আপোনাৰ নিজা সংখ্যা আৰু এই সংখ্যাই আপোনাৰ জীৱনত বেচিকৈ প্ৰভাৱ পৰিব ।
2) সংখ্যা আৰু গ্ৰহৰ প্ৰতীক :--
1 --- ৰবি 2--- চন্দ্ৰ 3----বৃহস্পতি 4---ৰাহু
5---বুধ 6---শুক্ৰ 7---কেতু 8---শনি 9---মঙ্গল
ওপৰোক্ত সংখ্যনুসৰি গ্ৰহৰ প্ৰভাৱ থাকে ।
3) আকৰ্ষন থকা সংখ্যা :-
1 সংখ্যাৰ লগত সকলো সংখ্যাৰ আকৰ্ষন থাকিলেও মুখ্যত - 1, 2, 4, 7, ৰ লগত আকৰ্শন বেচি ।
2 সংখ্যাৰ লগত -- 1, 2, 4, 7 -ৰ আকৰ্ষন
3 ,, ,, -- 3, 6, 9 ,,
4 ,, ,, -- 1, 2, 4, 7< ,,
5 ,, ,, -- 5, 9 ,,
6 ,, ,, -- 3, 6, 9 ,,
7 ,, ,, --- 2, 4, 7
8 ,, ,, --- 1, 2, 4,8
9 ,, ,, --3, 6, 9 ,,
4) নিজৰ নাম বা কোনো অনুস্থান প্ৰতিস্থান কোম্পানী , দেশ, ৰাজ্য, ঠাই আদিৰ নামৰ সংখ্যা আৰু সুচক গ্ৰহ উলিয়াবলৈ ইংৰাজী বৰ্নৰ বীপৰীতে সংখ্যা তালিকা ---'( 'কিৰো'-ৰ মতে)
A, I , J, Y, Q ---প্ৰতিটো বৰ্নক 1 ধৰা হয়
B, K, R ---- 2 ,, ,,
C ,G, L, S --- 3 ,, ,,
D, M, T --- 4
E, H, N, X --- 5
U, V , W --- 6
O , Z --- 7
F , P --- 8
যেনে :-- ✔ KAMAL --- 2+1+4+1+3
=11 , 1+1 =2 ( চন্দ্ৰ)
✔INDIA - 1+5+4+1+1= 12 ; 1+2= 3 (বৃহস্পতি)
✔ STATE BANK OF INDIA :-
3+4+1+4+5 +2+1+5+5+7+8 +1+5+4+1+1
= 57, 5+7= 12: 1+2=3 (বৃহস্পতি)
✔AS 01A E 7 3 7 8 :---
1+3+0+1+1+5+7+3+7+8 =36 , 3+6=9 (মঙ্গল)
✅ যুগ্ম জীৱন :---
✔RADHA -- 2+1+4+5+1 =13, 1+3 =4
KRISHNA --2+2+1+3+5+5=19 ,1+9=10=1
✔ HAR ---5+1+2= 8
GAURI-- 3+1+6+2+1= 13 , 1+3= 4
✔ SHIV =3+5+1+6=15 :1+5 =6
PARBATI = 8+1+2+6+1+2+1= 21 , 2+1=3
ইয়াত 1 লগত 4 , ,8ৰ লগত 4 আৰু
6ৰ লগত 3ৰ আকৰ্ষন থকাৰ বাবে যুগ্ম জীৱন মধুৰ হৈছে ।
✔ অন্যহাতে RAM -2+1+4= 7 (কেতু গ্ৰহ)
SITA - 3+1+4+1= 9 মংগল
বা SEETA 3+5+5+4+1= 18 :1+8=9
RAM+Sita= 7+9=16, 1+6=7 কেতুৰ প্ৰভাৱ
7 আৰু 9 ৰ মাজত কোনো মিল নাই বাবে অসুখী তথা কৰুন যুগ্গজীৱন ভোগ কৰিবলগা
হৈছে ।
.....সংখ্যাৰ মহিমা অপাৰ । ভাৰতত অতি প্ৰাচীন কালৰে পৰা সংখ্যা জ্যোতিষ চৰ্চা চলি আহিছে । জ্যোতিষ গনণা ক্ষেত্ৰতেই হওঁক , ব্যক্তিগত নামেই হওঁক বা কোম্পানী , অনুস্থান প্ৰতিস্থানৰ নামেই হওঁক নামাকৰনত বিশ্বৰ বিভিন্ন লোকে কিৰোৰ সগংখ্যাতত্ত্বক বিস্বাস কৰি আহিছে । সংখ্যাৰ মিল নাখালে বহুতে নিজৰ নাম বা বানান , ঠাই বা কোম্পানীৰ নাম সলনি কৰা দেখা যায় ।
যাহওঁক এই লিখনিৰে সংখ্যাতত্বৰ কিছু সংক্ষিপ্ত আভাস আগবঢ়ালো । 🙏কিবা ভুল ত্ৰুতি দেখিলে পৰামৰ্শ বিচাৰিলো আৰু পঢ়ি ভাল পালে শ্বেয়াৰ কৰিব ।
আগলৈ পুনৰ লিখাৰ হেপাহেৰে - নমস্কাৰ ।
শ্ৰী যতীন দাস । মালয়বাৰী
কামৰূপ -ম(অসম)
বিঃদ্ৰঃ Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্য কমল লোচন পাঠকৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment