বীৰ হনুমানৰ পঞ্চমুখী অৱতাৰৰ প্ৰথম মুখ খনি বানৰৰ, দ্বিতীয় খন গৰুড়, তৃতীয় খন বৰাহ, চৰ্তুথখন, নৰসিংহ আৰ পঞ্চমখন অশ্বৰ।( Religious Studies )
প্ৰথমে বানৰৰ মুখ,
এই মুখৰ দ্বাৰা, শক্ৰৰপৰা বিজয় প্ৰাপ্ত হয়।
দ্বিতীয় গৰুদ্ৰ মুখৰ পৰা
সকলো সমস্যা, চিন্তা, বাধা, বিনাশ হয়।
( Religious Studies )
তৃতীয় বৰাহ মুখৰ পৰা
আয়ুষ দীঘল হয়, প্ৰসিদ্ধ আৰু শক্তি প্ৰাপ্ত হয়।
চৰ্তুথখন নৰসিংহ মুখৰ দ্বাৰা
ভয়, ব্যাকুল, সমস্যা আঁতৰ হয়।
পঞ্চমতে অশ্ব মুখৰ দ্বাৰা
সকলো মনৰকামনা পুৰণ হয়।
জয় শ্ৰী ৰাম…জয় হনুমান…
এনেধৰনৰ আৰু আধ্যাত্মিক লেখা পঢ়ক এই লিংকত - www.আধ্যাত্মিক.com
বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।( Religious Studies )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment