আজিৰ ৰাশিফল - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, February 9, 2021

আজিৰ ৰাশিফল

               

 ২৬ মাঘ , মংগলবাৰ ,ইং ৯ ফ্ৰেব্ৰুৱাৰী ২০২১

মেষ

১. মেষ ৰাশি - মেষ ৰাশি জাতক জাতিকা  সকলৰ আজিৰ দিনটোত কৰ্মত শুভ হব যদিও কৰ্মত সজাগ নহলে সামান্য ব্যয় বাঢ়িব পাৰে, লগতে মনত সামান্য হতাশাৰ ভাৱ বৃদ্ধি হোৱাৰ  যোগ দেখা যায়।
  

বৃষ

২. বৃষ ৰাশি - বৃষ ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনত আনন্দ বাঢ়িব, কৰ্ম প্ৰেৰণা লাভ হব যদিও সজাগ নহলে বন্ধু বিশ্চেদ  হোৱাৰ যোগ দেখা যায়।


মিথুন

৩. মিথুন ৰাশি  - মিথুন ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত ধন সন্মান লাভ হব, কৰ্মত যশস্যা লাভ হব, যদিও সজাগ নহলে বিদ্যাৰ্থী সকলে সামান্য কষ্ট   পোৱাৰ যোগ  দেখা যায়।


কৰ্কট

৪. কৰ্কট ৰাশি - কৰ্কত ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্ম পৰিবৰ্তন হব পাৰে, কৰ্মত সজাগ নহলে প্ৰতাৰণাৰ সন্মুখীন হব পাৰে লগতে সজাগ নহলে ক্ষতি  হোৱাৰ যোগ দেখা যায়।


সিংহ

৫. সিংহ ৰাশি - সিংহ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনত শান্তি বাঢ়িব, ৰোগাৰোগ্য হব, লগতে উত্তম বস্ত্ৰ লাভ  হোৱাৰ দেখা যায়।


কন্যা

৬. কন্যা ৰাশি - কন্যা ৰাশি জাতক জাতিকা সকলৰ  আজিৰ দিনটোত কৰ্ম মৰ্য্যদা বাঢ়িব যদিও সজাগ নহলে শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা  যায়।  


তুলা

৭. তুলা ৰাশি - তুলা ৰাশি জাতক জাতিকা সকলে আজিৰ দিনটোত   প্ৰেমত শুভ হব লগতে কৰ্মত শুভ  হোৱাৰ যোগ দেখা যায়।



বৃশ্চিক

৮. বৃশ্চিক ৰাশি - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত সমস্যাৰ সমাধান হব, ৰাজসাহাৰ্য্য লাভ কৰিব পাৰে, যদিও সজাগ নহলে সামান্য মানসিক ক্লেষ বৃদ্ধি হোৱাৰ  যোগ দেখা যায়।


ধনু

৯. ধনু ৰাশি - ধনু ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত ধন সন্মান প্ৰাপ্তি হব, ধন আগমন হব, লগতে শুভ সংবাদ লাভ হোৱাৰ যোগ  দেখা যায়।



মকৰ

১০. মকৰ ৰাশি  - মকৰ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সফল হব, যদিও সজাগ নহলে দাম্পত্য জীৱনত সামান্য জতিলতা বাঢ়িব লগতে মনত সামান্য চিন্তা  বৃদ্ধি হোৱাৰ যোগ দেখা যায়।


কুম্ভ

১১. কুম্ভ ৰাশি - কুম্ভ ৰাশিৰ জাতক জাতিকা সকলৰ আজি দিনটোত বন্ধু লাভ হব, মনত শান্তি বাঢ়িব যদিও সজাগ নহলে কামত সামান্য জতিলতা বৃদ্ধি হোৱাৰ  যোগ দেখা যায়।


মীন

১২. মীন ৰাশি- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সফল হব যদিও   দেহত সামান্য অলসতা বাঢ়িব পাৰে, লগতে মনত সামান্য অশান্তি ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।


"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।

সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "


আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।


         -: জ্যোতিষী :-


শ্ৰী নয়নজ্যোতি দেৱ শৰ্মা 

-: নৱগ্ৰহ জ্যোতিষালয় :-                                                জালুকবাৰী , গুৱাহাটী -১৪


Pn no -9101096481

Wp no - 9577136205

🙏🙏🙏🙏🙏🙏🙏

বিঃদ্ৰঃ উক্ত ৰাশিফল সন্মানীয় জ্যোতিষী নয়নজ্যোতি দেৱ শৰ্মা ডাঙৰীয়াৰ দ্বাৰা আগবঢ়োৱা হৈছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:

Post a Comment

Advertisement

Pages