বহু জল্পনা-কল্পনাৰ অন্তত অৱশেষত ব্ৰহ্মপুত্ৰৰ ওপৰত মাজুলী বাসীৰ বাবে অতিকৈ প্ৰয়োজনীয় যোৰহাট-মাজুলী সংযোগী দলংখনৰ নিৰ্মাণত ইতিমধ্যে কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে অনুমোদন জনাইছে।
উল্লেখ্য যে ৯২৫ কোটি টকা ব্যয়েৰে নিৰ্মান হব লগা ৮ কিমি. দৈর্ঘ্যৰ এই দলংখন ৪ বছৰৰ ভিতৰত সম্পূৰ্ণ কৰাৰ বাবে M/s UP State Bridge Corporation Ltd.-ক দায়িত্ব অৰ্পণ কৰা হৈছে।নতুন ভাৰতৰ আন্তঃগাঁথনি নিৰ্মাণ ক্ষেত্ৰত ভাৰত চৰকাৰৰ এইটো এটা অন্যতম বৃহৎ পদক্ষেপ
No comments:
Post a Comment