আজিৰ ৰাশিফল: - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, February 19, 2021

আজিৰ ৰাশিফল:

                     


৬ফাগুন ,  শুক্ৰবাৰ ,ইং ১৯ ফ্ৰেব্ৰুৱাৰী ২০২১। 

মেষ

১. মেষ ৰাশি - মেষ ৰাশি জাতক জাতিকা  সকলৰ আজিৰ দিনটোত বিবাদ নিস্পত্তি হব, প্ৰেমত শুভ হব, যদিও আজি সজাগ নহলে সন্মান হানি হোৱাৰ যোগ দেখা যায়।
  

বৃষ

২. বৃষ ৰাশি - বৃষ ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত সন্মান বৃদ্ধি হব, বিদ্যাৰ্থী সকলৰ শুভ হব, যদিও আজি সজাগ নহলে দেহ মনত সামান্য ক্লান্তি ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।


মিথুন

৩. মিথুন ৰাশি  - মিথুন ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনৰ আশা পুৰণ হব যদিও সজাগ নহলে মনত  সামান্য কষ্ট পাৱ পাৰে লগতে লগতে সজাগ নহলে  ক্ষতি হোৱাৰ যোগ দেখা যায়।


কৰ্কট

৪. কৰ্কট ৰাশি - কৰ্কত ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত নতুনকৈ যোগাযোগ হব, সম্পত্তি লাভ হব, যদিও আজি সজাগ নহলে সামান্য ব্যয় বৃদ্ধি  হোৱাৰ যোগ দেখা যায়।


সিংহ

৫. সিংহ ৰাশি - সিংহ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত সুখ  বৃদ্ধি হব,যদিও সজাগ নহলে জেষ্ঠ্য জনৰ পৰা মনত সামান্য দু:সংবাদ লাভ কৰিব পাৰে, লগতে মনত সামান্য চিন্তা বৃদ্ধি হোৱাৰ  যোগ দেখা যায়।


কন্যা

৬. কন্যা ৰাশি - কন্যা ৰাশি জাতক জাতিকা সকলৰ  আজিৰ দিনটোত আত্মীয়ৰ সুখ বৃদ্ধি হব, বন্ধু লাভ হব, যদিও কৰ্মত সজাগ নহলে সামান্য জতিলতাৰ সন্মুখীন হোৱাৰ  যোগ দেখা যায়।     


তুলা

৭. তুলা ৰাশি - তুলা ৰাশি জাতক জাতিকা সকলে আজিৰ দিনটোত সন্মান লাভ হব যদিও সামান্য ব্যয়  বাঢ়িব পাৰে লগতে সজাগ নহলে পিতৃ মাতৃৰ শৰীৰত সামান্য ৰোগ বৃদ্ধি   হোৱাৰ  যোগ দেখা যায়।



বৃশ্চিক

৮. বৃশ্চিক ৰাশি - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত সম্পদ বৃদ্ধি হব, সন্মান বৃদ্ধি হব, যদিও সজাগ নহলে বন্ধু বিশ্চেদ হোৱাৰ যোগ দেখা যায়।


ধনু

৯. ধনু ৰাশি - ধনু ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ মনত  দিনটোত যশস্যা লাভ হব, ধন সন্মান প্ৰাপ্তি হব যদিও সজাগ নহলে কৰ্মত জতিলতা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।



মকৰ

১০.  মকৰ ৰাশি  - মকৰ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত ৰোগাৰোগ্য হব, যদিও সজাগ নহলে সামান্য ব্যয় বাঢ়িব পাৰে লগতে আজি বিবাদৰ পৰা আতৰি থাকক।


কুম্ভ

১১. কুম্ভ ৰাশি - কুম্ভ ৰাশিৰ জাতক জাতিকা সকলৰ আজি দিনটোত বন্ধুৰ আগমন হব যদিও সাজাগ নহলে সামান্য ব্যয় বাঢ়িব পাৰে লগতে কৰ্মত সজাগ নহলে মনত সামান্য অশান্তিৰ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।


মীন

১২. মীন ৰাশি- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনত নতুন আশাৰ সঞ্চাৰ হব, প্ৰেম আৰু কৰ্মত শুভ হব, লগতে বিদ্যাৰ্থী সকলৰ শুভ  হোৱাৰ যোগ দেখা যায়।


"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।

সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "


আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।


         -: জ্যোতিষী :-


শ্ৰী নয়নজ্যোতি দেৱ শৰ্মা 

-: নৱগ্ৰহ জ্যোতিষালয় :-                                                জালুকবাৰী , গুৱাহাটী -১৪


Pn no -9101096481

Wp no - 9577136205

🙏🙏🙏🙏🙏🙏🙏

বিঃদ্ৰঃ উক্ত ৰাশিফল সন্মানীয় জ্যোতিষী নয়নজ্যোতি দেৱ শৰ্মা ডাঙৰীয়াৰ দ্বাৰা আগবঢ়োৱা হৈছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:

Post a Comment

Advertisement

Pages