কি আছে "ৰাইজৰ দল"ৰ প্ৰেছ বিজ্ঞপ্তিত ? - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, February 9, 2021

কি আছে "ৰাইজৰ দল"ৰ প্ৰেছ বিজ্ঞপ্তিত ?

Raijor dol

নগাঁও জিলাৰ ৰাইজৰ দলৰ সম্পাদক জনৈক বৰুৱাই শংকৰদেৱ শিশু নিকেতন বিদ্যালয় সন্দৰ্ভত কেতবোৰ বিতৰ্কিত মন্তব্য প্ৰদান কৰাক লৈ সমগ্ৰ ৰাজ্যতে তীব্ৰ প্ৰতিক্ৰীয়াৰ সৃষ্টি হয়।উল্লেখ্য যে,আজি নগাওঁ জিলাত অনুষ্ঠিত এক ৰাজহুৱা সভাত "ৰাইজৰ দল শাসনলৈ আহিলে "শংকৰ শিশু নিকেতন" সমূহ বন্ধ কৰি দিম বুলি মন্তব্য আগ বঢ়াইছিল সম্পাদক গৰাকীয়ে। 


শেহতীয়া তথ্য অনুসৰি ৰাইজৰ দলৰ সিদ্ধান্ত মৰ্মে সম্পাদক গৰাকীক তৎকালীনভাৱে দলৰ পৰা নিলম্বন কৰা হয়। তেখেতে কৰা মন্তব্য দলীয় মন্তব্য কোনোপধ্যেই নহয় বুলি এক প্ৰেছ বিজ্ঞপ্তি প্ৰকাশ কৰিছে ৰাইজৰ দলে।প্ৰেছ বিজ্ঞপ্তি খন তলত দিয়া হল।




No comments:

Post a Comment

Advertisement

Pages