পথাৰৰ ধান কটাৰ পাছত এইবিধ শাক পথাৰত গজিব ধৰে । ইয়াক উজনিৰ ফালে 'জিলমিল ' আৰু নামনিত ভঠুৱা শাক বুলি কয় ।
প্ৰকৃতিয়ে আমাক যি বস্তু যি সময়ত দৰকাৰ হয় , সেইটো বস্তু সেই বিশেষ সময়তে দিয়ে ।।
এই সময়ত মানুহে পানী কম খায় বাবে বহুতৰে পেচাব জ্বলা পুৰা কৰা , পেচাব ঘনাই হোৱা , ৰঙা পৰা আদি হয় ।
ইয়াৰ বাবে এই শাকবিধ ভাল ঔষধৰ কাম কৰে ।
কিডনী পাথৰ থকা লোকসকলে নিয়মিত ইয়াৰ ৰস 1 মাহ সেৱন কৰিলে কিডনী পাথৰ ওলাই যায় ।
এই শাকবিধত যথেষ্ট পৰিমাণে লৌহ (iron) থকা বাবে ই পুষ্টিহীনতাৰ বাবে ভাল ।। লগতে ই হিমগ্লবিন বঢ়ায় ।
ইয়াৰ ৰস আধা কাপকৈ ৰাতিপুৱা খালি পেটত খাব পাৰে ।
বিঃদ্ৰঃ উক্ত লেখা সন্মানীয় আচাৰ্য পংকজ পাঠক ডাঙৰীয়াৰ(যোগাযোগ - ৮৪৭২৯৯৬৩১৬)।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment