আজিৰ ৰাশিফল: - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, February 3, 2021

আজিৰ ৰাশিফল:

           

 

মেষ

১. মেষ ৰাশি - মেষ ৰাশি জাতক জাতিকা  সকলৰ আজিৰ দিনটোত চুটি ভ্ৰমণৰ সুযোগ লাভ কৰিব, বিবাদ নিস্পত্তি হব যদিও কৰ্মত সজাগ নহলে সামান্য দু:খ পোৱাৰ  যোগ দেখা যায়।
  

বৃষ

২. বৃষ ৰাশি - বৃষ ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত সামাজিক কৰ্মত জৰিয়ত হোৱাৰ সুযোগ লাভ কৰিব, লগতে সন্মান বৃদ্ধি হোৱাৰ যোগ দেখা যায়।


মিথুন

৩. মিথুন ৰাশি  - মিথুন ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনত আনন্দ লাভ কৰিব, লগতে দাম্পত্য জীৱনত সুখ বৃদ্ধি হোৱাৰ যোগ  দেখা যায়।


কৰ্কট

৪. কৰ্কট ৰাশি - কৰ্কত ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত শুভ, মনত আনন্দ বাঢ়িব, সন্মান বাঢ়িব,লগতে কৰ্মত নতুন যোগাযোগৰ সুযোগ লাভ হোৱাৰ যোগ দেখা যায়।


সিংহ

৫. সিংহ ৰাশি - সিংহ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনত সামান্য জেদ ভাৱ বাঢ়িব, মনত আনন্দ বাঢ়িব, যদিও সজাগ নহলে মনত জেষ্ঠ্য জনৰ পৰা সামান্য দু:খ পোৱাৰ যোগ দেখা যায়।


কন্যা

৬. কন্যা ৰাশি - কন্যা ৰাশি জাতক জাতিকা সকলৰ  আজিৰ দিনটোত কৰ্মত নতুন সুযোগ লাভ কৰিব, আত্মীয়ৰ সূখ বৃদ্ধি হব যদিও মনত সামান্য মিচা অপৱাদ পোৱাৰ দেখা  যায়।  


তুলা

৭. তুলা ৰাশি - তুলা ৰাশি জাতক জাতিকা সকলে আজিৰ দিনটোত  ধন লাভ হব, যদিও পিতৃ মাতৃৰ শৰীৰত সামান্য ৰোগ বাঢ়িব পাৰে লগতে সজাগ নহলে মনত সামান্য দু:খ পোৱাৰ  যোগ দেখা যায়।


বৃশ্চিক

৮. বৃশ্চিক ৰাশি - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত শুভ হব, লগতে সম্পদ বৃদ্ধি হোৱাৰ  যোগ দেখা যায়।


ধনু

৯. ধনু ৰাশি - ধনু ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত সু:সংবাদ লাভ হব,যদিও সজাগ নহলে কৰ্মত সামান্য জতিলতা বৃদ্ধি হোৱাৰ  যোগ  দেখা যায়।


মকৰ

১০. মকৰ ৰাশি  - মকৰ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মব্যস্তা বাঢ়িব, ৰোগাৰোগ্য হব,যদিও কৰ্মত সজাগ নহলে মনত  সামান্য দু:খ  পোৱাৰ যোগ দেখা যায়।


কুম্ভ

১১. কুম্ভ ৰাশি - কুম্ভ ৰাশিৰ জাতক জাতিকা সকলৰ আজি দিনটোত ব্যয় বাঢ়িব, লগতে কৰ্মত সজাগ নহলে সামান্য জতিলতা বাঢ়িব পাৰে লগতে কৰ্মত সামান্য অনিচ্ছা বৃদ্ধি যোগ দেখা যায়।


মীন

১২. মীন ৰাশি- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সুযোগ লাভ হব, প্ৰেম আৰু কৰ্মত শুভ হব, লগতে মনত নতুন আশাৰ সঞ্চাৰ  হোৱাৰ যোগ দেখা যায়।


"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।

সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "


আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।


         -: জ্যোতিষী :-


শ্ৰী নয়নজ্যোতি দেৱ শৰ্মা 

-: নৱগ্ৰহ জ্যোতিষালয় :-                                                জালুকবাৰী , গুৱাহাটী -১৪


Pn no -9101096481

Wp no - 9577136205

🙏🙏🙏🙏🙏🙏🙏

বিঃদ্ৰঃ উক্ত ৰাশিফল সন্মানীয় জ্যোতিষী নয়নজ্যোতি দেৱ শৰ্মা ডাঙৰীয়াৰ দ্বাৰা আগবঢ়োৱা হৈছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:

Post a Comment

Advertisement

Pages