আজি নাজিৰাত সদৌ তাই আহোম ছাত্ৰ সন্থাৰ উদ্যোগত নিৰ্মিত ঐক্য, সম্প্ৰীতিৰ প্ৰতীক, বৰ অসমৰ ভেটি গঢ়োতা স্বৰ্গদেউ ( Assamese news )চাওলুং ছ্যুকাফাৰ ৭৫ফুট ওখ প্ৰতিমূৰ্তিৰ শুভ উদ্বোধন কৰে মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।
শুভ উদ্বোধনি অনুষ্ঠানত মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ লগতৰ উপস্থিত থাকে মন্ত্ৰী যোগেন মহন, সাংসদ কামাখ্যা প্ৰসাদ তাছা আৰু একাংশ বিধায়ক( Assamese news )৷
No comments:
Post a Comment