প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ সময়সূচীৰ কিছু সালসলনি - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, January 22, 2021

প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ সময়সূচীৰ কিছু সালসলনি

 


দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ অৰ্থাৎ ২৩ জানুৱাৰীত ঐতিহ্যমণ্ডিত শিৱসাগৰৰ জেৰেঙা পথাৰত উপস্থিত হৈ অসমবাসীক সম্বোধন কৰিব।প্ৰধানমন্ত্ৰী গৰাকীৰ অসম আগমনক লৈ এতিয়া ৰাজ্যৰ বিজেপি দলটোৰ মাজত ব্যাপক তৎপৰতা দেখিবকৈ পোৱা গৈছে আৰু লগতে ৰাইজেও বহু উৎসোকতাৰে বাট চাইছে প্ৰধানমন্ত্ৰী গৰাকীৰ।

এইসিনিতে ৰাইজৰ জ্ঞাতাৰ্থে জনাই দিব বিছাৰো যে,পূৰ্বনিৰ্ধাৰিত সময় দিনৰ ১১-৩০ বজাৰ পৰিৱৰ্তে কাইলৈ পুৱা ১০ বজাতে জেৰেঙা পথাৰত উপস্থিত হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।

No comments:

Post a Comment

Advertisement

Pages