শণিবাৰে পুৱাই এওঁলোকৰ দৰ্শন হোৱাটো শুভ: - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, January 23, 2021

শণিবাৰে পুৱাই এওঁলোকৰ দৰ্শন হোৱাটো শুভ:

 


শণিদেৱক ন্যাৰ দেৱতা কোৱা হয়। শণিবাৰৰ দিনটো শণিদেৱক অৰ্পণ কৰা হয়।শণিবাৰে পোৱা যদি এওঁলোকৰ দৰ্শন হয় তেনেহ'লে শণিদেৱৰ গোটেই দিনটো শণিদেৱৰ কৃপা আপোনাৰ ওপৰত থাকিব।


১) শাস্ত্র অনুসাৰে শণিবাৰে পুৱাই মগনীয়া আহিলে বহুত শুভ মনা হয়। আৰু যিয়ে ঘৰলৈ অহা মগনীয়াক একো দান নিদি বা খং কৰি পথিয়াই দিয়ে, সেই ব্যক্তি বা তেওঁৰ ঘৰত শণিদেৱৰ প্ৰকোপ পৰিব। 


২/শণিবাৰে পুৱাই ৰাস্তাত ঝাৰু লগোৱা কৰ্মচাৰীও দৰ্শন হলেও শুভ মনা হয়।তেওঁলোকক পইচা বা ক'লা ৰংৰ কাপোৰ দিব লাগে,এনে কৰিলে শণিদেৱৰ কৃপা আপোনাৰ ওপৰত থাকিব।প্ৰয়োজনীয়  কামৰ বাবে ঘৰৰপৰা বাহিৰলৈ গলে সেই কামটো সফলতা পোৱা যায়।দিনটো শণিদেৱৰ কৃপাৰ দ্বাৰা দিনটো সুখ আৰু শান্তিৰে পাৰ হয়।


৩) শণিবাৰৰ পুৱাই ঘৰৰপৰা ওলাই ক'লা ৰংৰ কুকুৰ দেখিলে-মংগলজনক বুলি মনা যায়। কুকুৰ শণিদেৱৰ বাহন হয় আৰু যিয়ে আহাৰ খুৱাই তেওঁলোকৰ ওপৰত শণিদেৱ অতি প্ৰসন্ন হয়।ক'লা কুকুৰক শুকান ৰুটি খুৱালে বৰ শুভ মনা হয়. ইয়াৰ পৰা কেৱল শণি অথব ৰাহু আৰু কেতুৰ অশুভ প্ৰভাৱৰ পৰা ৰক্ষা পাব পাৰি।

বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages