শ্ৰী শ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম: ২৪ আঘোণ , বৃহস্পতিবাৰ,ইং ১০ডিচেম্বৰ ২০২০।
সূৰ্য্যোদয় ঘ:৬/৪/৪৭সূৰ্য্যাস্ত ঘ:৪/২৮/৫৪
ৰাশি - কন্যা ৰাশি। ৰা:ঘ: ৯/৫২/৩৩ যোৱাত তুলা ৰাশি।
তিথি - কৃষ্ণা দশমী। ঘ:১২/৫১/৫০ লৈ।
নক্ষত্ৰ - হস্তা ঘ: ১০/৫১ /৫৭ লৈ।
আদ্যঋতু হলে - কান্তা যোগ।
যাত্ৰা :- উত্তৰ দিশত নাই । ঘ:১২/৫১/৫০ যোৱাত অগ্নি কোনত নাই।
যোগিনী :- উত্তৰ দিশত । ঘ:১২/৫১/৫০ যোৱাত অগ্নি কোনত ।
মৰণত দোষ:- নাই ।
ভক্ষাভক্ষ্য :- কলমৌ শাক খোৱা নিষেধ । ঘ:১২/৫১ /৫০ যোৱাত উৰহী খোৱা নিষেধ।
১. মেষ ৰাশি - মেষ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনৰ আশা পুৰণ হব, মনত আনন্দ বাঢ়িব, লগতে সঞ্চয় বৃদ্ধি হোৱাৰ যোগ দেখা যায় ।
২. বৃষ ৰাশি - বৃষ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত সম্পত্তি লাভ হব, বিবাদ নিস্পত্তি হব যদিও কৰ্মত সজাগ নহলে শত্ৰু বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৩. মিথুন ৰাশি - মিথুন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত শুভ, শিল্পী সকলৰ শুভ, লগতে কৰ্মত সফল হোৱাৰ যোগ দেখা যায়।/p>
৪. কৰ্কট ৰাশি - কৰ্কত ৰাশি জাতক জাতিক সকলৰ আজিৰ দিনটোত জ্ঞান লাভ হব,শিক্ষাৰ্থী সকলৰ শুভ হব, যদিও শৰীৰত সামান্য ৰোগ বাঢ়িব পাৰে লগতে মনত সামান্য ভয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৫. সিংহ ৰাশি - সিংহ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত ধন লাভ হব, ব্যৱসায়য উন্নতি হব, লগতে আত্মীয়ৰ সুখ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৬. কন্যা ৰাশি - কন্যা ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত সাহিত্য সেৱাত মনোনিবেশ হব, শিক্ষক সকলৰ সুখ বাঢ়িব, যদিও মনৰ সামান্য পৰিৱৰ্তন হোৱাৰ যোগ দেখা যায়।
৭. তুলা ৰাশি - তুলা ৰাশি জাতক জাতিকা সকলে আজিৰ দিনটোত বন্ধু লাভ হব, কৰ্ম প্ৰচেষ্টাত সফল হব, লগতে সমস্যাৰ সমাধান হোৱাৰ যোগ দেখা যায়।
৮. বৃশ্চিক ৰাশি - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত জেষ্ঠ্য জনৰ পৰা মৰম আশীৰ্বাদ লাভ হব, বন্ধু লাভ হব যদিও কৰ্মত সজাগ নহলে প্ৰাপ্যৰ পৰা বঞ্চিত হোৱাৰ যোগ দেখা যায়।
৯. ধনু ৰাশি - ধনু ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেম আৰু কৰ্মত শুভ, কৰ্ম কৌশল আয়ত্ব হব, যদিও সজাগ নহলে মনত সামান্য অশান্তি ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
১০. মকৰ ৰাশি - মকৰ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেম আৰু কৰ্মত শুভ, যদিও ভ্ৰমণত সামান্য কষ্ট পাৱ পাৰে লগতে সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
১১. কুম্ভ ৰাশি - কুম্ভ ৰাশি জাতক জাতিকা সক আজি দিনটোত কৃষক সকলৰ শুভ হব, কৰ্মত সুখ বাঢ়িব, যদিও সামান্য জতিলতা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
১২. মীন ৰাশি- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সফল হব, যদিও কৰ্মত সময়ৰ নাটনি হব পাৰে, লগতে মনত সামান্য অশান্তিৰ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। "
আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।
-: জ্যোতিষী :-
শ্ৰী নয়নজ্যোতি দেৱ শৰ্মা
-: নৱগ্ৰহ জ্যোতিষালয় :- জালুকবাৰী , গুৱাহাটী -১৪
Pn no -9101096481
Wp no - 9577136205
বিঃদ্ৰঃ উক্ত ৰাশিফল সন্মানীয় জ্যোতিষী নয়নজ্যোতি দেৱ শৰ্মা ডাঙৰীয়াৰ দ্বাৰা আগবঢ়োৱা হৈছে।আপোনালোকেও যদি কোনো বিশেষ লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
No comments:
Post a Comment