সাৱধান,ভাতৰ লগত আপুনিও পানী খাই নি? - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, December 10, 2020

সাৱধান,ভাতৰ লগত আপুনিও পানী খাই নি?


মহৰ্ষি বাগৱতৰ 'অষ্টঙহৃদয়ম' নামৰ পুথি খনত উল্লেখ থকা অনুযায়ী ভাতৰ লগত পানী খালে হয় ১০৩ টা ৰোগ।

তেওঁ কৈছে যে ভাত খোৱাৰ সময়ত যিমান দাঁত আছে , সিমান বাৰ চোবাই খাব লাগে । যিকেইটা দাঁতৰে নোচোবায় , সেইকেইটা আগতে সৰি যায় । 


তাৰ পিছত আকৌ কৈছে যে ভালকৈ চোবাই খালে ভাতৰ লগত লালটি মিহলি হৈ যায় ।।এই লালটি আৰু পেটত উৎপন্ন হোৱা অম্লৰ সংমিশ্ৰণত খাদ্য জঠৰ অগ্নিৰ দ্বাৰা ভাঙি দিয়ে ।। 


ইয়াৰ পিছত উল্লেখ কৰিছে যে ভাত খোৱাৰ 1 ঘণ্টা পাছত পানী খোৱাটো দৰকাৰ । কাৰণ সেই সময়ত শৰীৰক খাদ্যৰ ৰস বনাবলৈ পানী লাগে ।। 


ইয়াৰ পিছত কৈছে যে ভাত খোৱাৰ 48 মিনিট আগত পানী খাব পাৰে ।। 


ভাত খোৱাৰ সময়ত গলত লাগিলে কেতিয়াবা গৰম পানী খাব পাৰি ।। 


2. ঠাণ্ডা পানী কেতিয়াও খাব নালাগে । ঠাণ্ডা পানী খালে  অংগ জিন জিন কৰে আৰু বিষ উৎপন্ন কৰে ।।


3.পানী সদায় চিপ চিপ কৰি আৰু বহি লৈ  খাব লাগে ।। 


4. ৰাতিপুৱা উঠিয়েই 10 মিনিট পাছত 1 লিটাৰ 250 মিলিগ্ৰাম পানী খাব লাগে ।। তেতিয়া গোটেই দিনটো গৰম নালাগে ।।

বিঃদ্ৰঃ উক্ত লেখা সন্মানীয় আচাৰ্য পংকজ পাঠক ডাঙৰীয়াৰ।আপোনালোকেও যদি কোনো বিশেষ লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

No comments:

Post a Comment

Advertisement

Pages