কামাখ্যা দৰ্শনৰ বাবে আৰু কৰিব নালাগে ক'ভিড টেষ্ট - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, December 17, 2020

কামাখ্যা দৰ্শনৰ বাবে আৰু কৰিব নালাগে ক'ভিড টেষ্ট


শেহতীয়া লকডাউনৰ পৰবৰ্তী সময়ত অসমৰ ঐতিহাসিক মা কামাখ্যা ধামৰ দুৱাৰ শ্ৰদ্ধালো সকলৰ বাবে খোলি দিয়া হৈছিল যদিও, কৰ'না সংক্ৰমনৰ প্ৰতি লক্ষ ৰাখি ধামলৈ অহা প্ৰতিগৰাকী শ্ৰদ্ধালো বা দৰ্শনাৰ্থীয়ে ক'ভিড টেষ্ট কৰিহে ধামত প্ৰবেশ কৰাটো বাধ্যতামূলক আছিল।কিন্তু কালি কামাখ্যা ধাম কতৃপক্ষই জাৰি কৰা এক নিৰ্দেশনা অনুযায়ী এতিয়াৰে পৰা কামাখ্যা ধাম পৰিক্ৰমা বা দৰ্শনৰ বাবে যোৱা দৰ্শনাৰ্থী সকলে কৰিব নালাগে ক'ভিড টেষ্ট।গতিকে এতিয়াৰে পৰা শ্ৰদ্ধাসো সকলে বিনাদিদ্ধাই কামাখ্যা ধাম দৰ্শন কৰিব পাৰিব।

জয় মা কামাখ্যা

No comments:

Post a Comment

Advertisement

Pages