মূলসুঁতিলৈ উভতিল দুধৰ্ষ উগ্ৰপন্থী,মুখ্যমন্ত্ৰীৰ আদৰণি: - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, December 21, 2020

মূলসুঁতিলৈ উভতিল দুধৰ্ষ উগ্ৰপন্থী,মুখ্যমন্ত্ৰীৰ আদৰণি:

 


উগ্ৰপন্থীৰ সংগঠন আলফা (স্বা), পি ডি চি কে, ডি এন এল এ আৰু ইউ পি আৰ এফৰ মুঠ ৬৩ গৰাকী সদস্যই আজি গুৱাহাটীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত অস্ত্ৰ সম্বৰণ কৰে।
মুখ্যমন্ত্ৰীয়ে আত্মসমৰ্পণকাৰী সদস্য সকলক আদৰণি জনাই আৰু এক নতুন জীৱনৰ আৰম্ভণিৰে অসমৰ উন্নয়নৰ যাত্ৰাত তেওঁলোকে সক্ৰিয় ভূমিকা পালন কৰিব বুলি তেওঁ আশা প্ৰকত কৰে।


লগতে মুখ্যমন্ত্ৰীয় গৰাকীয়ে মন্তব্য আগ বঢ়াই যে - "ৰাজ্যৰ এই শান্তি-সম্প্ৰীতি আৰু প্ৰগতিৰ ধাৰা অক্ষুণ্ণ ৰখাৰ ক্ষেত্ৰত আমি সম্পূৰ্ণৰূপে বদ্ধপৰিকৰ।

উগ্ৰপন্থীসকলে মূলসুঁতিলৈ উভতি আহি ৰাষ্ট্ৰ নিৰ্মাণৰ যাত্ৰাত চামিল হোৱাটো সমাজৰ লগতে দেশৰ বাবে অত্যন্ত আশাৰ বতৰা। এই সিদ্ধান্ত আৰু দূৰদৰ্শী পদক্ষেপে সদস্যসকলৰ পৰিয়ালবৰ্গৰ লগতে ৰাজ্যবাসীকো আনন্দিত কৰিছে।" - সৰ্বানন্দ সোণোৱাল

No comments:

Post a Comment

Advertisement

Pages