আজি আপোনালোকলৈ সকলোৱে জনা এখন সাধাৰণ ভাজি আগবঢ়াইছো... ৰঙালাওৰ বাকলি,আলু আৰু বুটৰ ভাজি.. ৰঙালাওৰ বাকলি আৰু আলু মিহিকৈ কাটি ললো, তেলত পিয়াজ আৰু নৰসিংহপাত দিলো তাতে ৰঙালাও বাকলি,আলু, বুট,নিমখ, হালধী ,জলকীয়া দি ভাজিলো।সকলোখিনি ভালদৰে সিজিলত জুইৰ পৰা নমাই থলো।ইয়াৰ পিছত গৰমে গৰমে পৰিবেশন কৰক।
বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা দিপাম্বিতা গগৈৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment