তিতাবৰৰ বিধায়কৰ দায়িত্বত থাকিয়ে মৃত্যু বৰণ কৰা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ আজি ৰাজহুৱা অদ্যশ্ৰাদ্ধ সম্পন্ন হৈ যায তেওঁৰ গৃহ সমষ্টি তিতাবৰত।তিতাবৰ ৰাজীবগান্ধী ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত আজিৰ অদ্যশ্ৰাদ্ধ অনুষ্ঠানটোত প্ৰয়াত মুখ্যমন্ত্ৰী গৰাকীৰ পত্নীৰ ডলী গগৈৰ লগতে,কংগ্ৰেছ দলৰ বহু নেতা-কৰ্মী তথা অশেষ গুণমুগ্ধ উপস্থিত থাকি তৰুণ গগৈক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।উল্লেখ্য যে,প্ৰয়াত তৰুণ গগৈয়ে তিতাবৰৰ পৰাই প্ৰতিনিধিত্ব কৰি তিনটাকৈ মুখ্যমন্ত্ৰীৰ পদ আলংকৃত কৰিছিল।Pics Credit : Ranjan Baruah
No comments:
Post a Comment