কৰ্ণাটকৰ ৰাজ্য চৰকাৰে গো-হত্যা নিষিদ্ধ কৰাৰ পিছতেই হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাই এই ক্ষেত্ৰত তৎপৰ হৈ পৰা দেখিবলৈ পোৱা গৈছে।বৰাই অসমত গো-হত্যা সম্পূৰ্ণৰূপে নিষিদ্ধ কৰাৰ দাবী উত্থাপন কৰি অতিশিঘ্ৰেই আমৰণ অনশন কাৰ্য্যসূচী হাতত লব বুলি আজি তেওঁৰ ফেচবুক পেজ যোগে স্পষ্ট কৰিছে।তেওঁ উল্লেখ কৰা মতে তেওঁ উত্থাপন কৰিব মুঠ তিনিটা দাবী।
বৰাৰ আন দুটা দাবী হৈছে অসমত গৰুৰ অবৈধ বেপাৰ বন্ধ কৰা আৰু অনতিপলমে ভাৰতত জনসংখ্যা নিয়ন্ত্ৰণ আইন প্ৰণয়ন কৰা।আমৰণ অনশন কাৰ্যসূচীৰ স্থান আৰু তাৰিখ এতেয়ালৈকে ৰাজহুৱা কৰা নাই যদিও এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিব বিছৰা লোক সকলৰ পৰিচয় বিছাৰি আহ্বান জনাইছে সত্যৰঞ্জন বৰাই।এই কাৰ্য্যসূচী তেওঁ কেতিয়া ৰূপায়ণ কৰিব আৰু ইয়াৰ ফলাফল কি হব,সেয়া অনাগত দিনতহে জানিব পৰা যাব।
Advertisement
Thursday, December 10, 2020

গো-হত্যা নিষিদ্ধৰ লগতে আৰু দুটা দাবী সত্যৰঞ্জনৰ
Subscribe to:
Post Comments (Atom)
Advertisement
Popular Posts
-
আমাৰ ভাৰতীয় সংস্কৃতিত শুভ-অশুভ এনেধৰণৰ কথাবোৰক বহুত মহত্ব দিয়া হয়। আমাৰ জ্যোতিষ শাস্ত্ৰ ইমানেই সমৃদ্ধ যে প্ৰতিটো কথাৰ পাছত লুকাই থকা ৰহস্য ব...
-
এটি মানৱ শিশুৱে পৃথিৱীত জন্ম গ্ৰহণ কৰোঁতে মাক দেউতাকৰ বাহিৰে কাৰো লগত সম্পৰ্ক নাথাকে। লাহে লাহে তেওঁ ডাঙৰ হৈ বিভিন্ন সম্পৰ্কৰ মাজত বান্ধ খ...
-
সচৰাচৰ আমি দেখিবলৈ পাওঁ যে ভিন ভিন লোকৰ ভৰিৰ আঙুলিবোৰ ভিন ভিন ৰূপত থাকে। কিছুমান লোকৰ ভৰিৰ আঙুলীবোৰ সমান আৰু কিছুমানৰ বেঁকা হয়। কিছুমানৰ আঙ...
-
প্ৰকৃতিয়ে সকলো ধৰণৰ জীৱ-জন্তুৰ সৃষ্টি কৰিছে। তাৰে ভিতৰত এটা বিষাক্ত জীৱ হৈছে সৰ্প। সামান্য মানুহে যেতিয়া সাপৰ সন্মুখীন হয় তেতিয়া তেওঁ ভয় কৰ...
-
- আহ ! মৰিলো | মৰিলো ঐ | মাতিত বাগৰি পৰিল| তেজেৰে ৰাঙলী অহংকাৰী ,চৰিত্রহীন নিৰ্মল চলিহাৰ নিঠৰ দেহ | ( Assamese story ) - ৰন | কি কৰিলি এয়া...
-
সূৰ্য পৰিবৰ্তন ২০২২ - জ্যোতিষশাস্ত্ৰ অনুসৰি, প্ৰতিটো গ্ৰহে এক নিৰ্দিষ্ট সময়ত নিজৰ গতি পৰিবৰ্তন কৰে। (Horoscope Today) গ্ৰহৰ ৰাশি পৰিৱৰ্তন ক...
-
কেন্সাৰ হোৱা আগতে আমাৰ শৰীৰে ইয়াৰ সংকেত ৰূপে কিছুমান লক্ষণ দেখাব। যদি আপুনিও শৰীৰত এনেকুৱা দেখা পায় তেনেহলে অৱহেলা নকৰি ডাক্তৰৰ পৰামৰ্শ গ্ৰহ...
-
বন্ধুসকল এনেকুৱা কোন আছে যি মা লক্ষ্মীৰ কৃপা নিবিচাৰে। বন্ধুসকল ধনতেৰচলৈকে সকলোৱে বিচাৰে যে মা লক্ষ্মীয়ে তেওঁলোজৰ ওপৰত কৃপা কৰক, সেয়ে সকলো...
-
আমাৰ নখত থকা এই অৰ্ধজোনৰ চিনটো কি? কেতিয়াবা আমাৰ দেহৰ অংগবোৰ দেখিলে আচৰিত লাগে যে সৃষ্টিকৰ্তাই আমাক কিদৰে সৃষ্টি কৰিলে ( Assamese Fact ...
Advertisement
Recent
Powered by Blogger.
facbook Page
Recent In Internet

Search This Blog
Latest
Contributors
Popular
-
তাই সদায় মানুহজনক লক্ষ্য কৰিছিল,কিন্তু মানুহজনৰ মুখখন আজিপৰ্যন্ত তাই দেখাৰ সৌভাগ্য হোৱা নাই |গাত কম্বল এখন মেৰিয়াই বহি থাকে মানুহজন,দীঘল যত্...
-
(আপোনালোকৰ মতামত বিচাৰিয়ে আজি আমি আমাৰ কাহিনীটো আপোনালোকৰ আগত শ্বেয়াৰ কৰিব ওলাইছো। অনুগ্ৰহ কৰি সম্পূৰ্ণকৈ নপঢ়াকৈ আপোনালোকে কমেণ্ট নকৰিব প্লি...
-
আমি কেতিয়াবা ভাৱি আচৰিত হওঁ, আমাৰ চকু লৰে কিয়! চকু লৰাৰ আঁৰত বিজ্ঞানসন্মত কাৰণ থকাৰ সমান্তৰলৈকে কিছুমান জ্যোতিষ বিষয়ৰ কাৰণো জড়িত হৈ আছে।...
-
🌞 শ্ৰীশ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম:🌞 ২৬ আহাৰ, বৃহস্পতিবাৰ, ইং ১১ জুলাই' ২০২৪ ( Horoscope Today ) ১. *মেষ ৰাশি* (অ,ল) : - মে...
-
🌞 শ্ৰীশ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম:🌞 ১৭ আহাৰ, মঙ্গলবাৰ, ইং ২ জুলাই' ২০২৪ ( Horoscope Today ) ১. *মেষ ৰাশি* (অ,ল) : - মেষ ...
Comments
Archive
Tags
Abhimani Marambur
Abhisakta prem
Abhisapta Fulixijya
Adharua bibah
agusta story
Amak jiyai thakiboloi de
Article
Assamese beauty
beauty
Bishedor pisot
Fact
Funny
health
horoscope
Interview
Jollywood
Manshi
Miss Madhuri
Motivation
Muhomoye hotyakari
news
Novel
Ohar dore
Optical Illusion
Phuloxoijar Nixa
Poem
Poll
Quiz
Radhika
Recipe
religious
Rohoishyor eta Nisha
Story
viral
Xomokami
অভিমানৰ অভিমানী
অভিশপ্ত ফুলশয্যা
অৰ্ধাঙ্গিনী
আজিৰ কণমানি
কবিতা
কুইজ
গল্প
চুটিছবি
জলীউদ
জানো আহক
জোনাক নিশা
তীৰ্থক্ষেত্ৰ
তেজে ধোৱা ৰাধিকা
ধাৰাবাহিক
নিয়োগ বাৰ্তা
ফকৰা-যোজনা
বিশেষ লেখা
ব্যঞ্জন
মন ময়ূৰিৰ বিয়া
মাজনিশা আত্মাৰ তাণ্ডব
মাজনিশাৰ উঁচুপনি
ৰিক্সাৱালা
সাক্ষাত্কাৰ
সুপ্ৰভাত
সেন্দূৰ
No comments:
Post a Comment