শ্ৰী শ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম: ২৫ আঘোণ , শুক্ৰবাৰ,ইং ১১ডিচেম্বৰ ২০২০।
সূৰ্য্যোদয় ঘ:৬/৫/৩৯ সূৰ্য্যাস্ত ঘ:৪/২৮/৫৮
ৰাশি - তুলা ৰাশি।
তিথি - কৃষ্ণা একাদশী। ঘ:১০/৪/৪২ লৈ।
নক্ষত্ৰ - চিত্ৰা।ঘ: ৮/৪৮/১১ লৈ।
আদ্যঋতু হলে - কান্তা যোগ।
যাত্ৰা :- অগ্নি কোনত নাই । ঘ:১০/৪/৪২ যোৱাত নৈঋত কোনত নাই।
যোগিনী :- অগ্নি কোনত । ঘ:১০/৪/৪২ যোৱাত নৈঋত কোনত ।
মৰণত দোষ:- নাই ।ঘ:১০/৪/৪২ যোৱত এপদ।
ভক্ষাভক্ষ্য :- উৰহী খোৱা নিষেধ । ঘ:১০/১০ /৪২ যোৱাত পূৰৈ শাক খোৱা নিষেধ।
১. মেষ ৰাশি - মেষ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত বন্ধু লাভ হব, সাহিত্য সেৱাত মনোনিবেশ হব, লগতে নতুন কৰ্মলৈ মনোনিবেশ হোৱাৰ যোগ দেখা যায় ।
২. বৃষ ৰাশি - বৃষ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত মানসিক দিশটো উন্নতি হব, যদিও সজাগ নহলে জেষ্ঠ্য জনৰ পৰা মনত কষ্ট পাৱ পাৰে লগতে কৰ্মত সামান্য জতিলতা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৩. মিথুন ৰাশি - মিথুন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত দেহত সামান্য অলসতা বাঢ়িব, পিতৃ মাতৃৰ শৰীৰত সামান্য ৰোগ বাঢ়িব পাৰে, লগতে সজাগ নহলে মনোমালিন্য হোৱাৰ যোগ দেখা যায়।
৪. কৰ্কট ৰাশি - কৰ্কত ৰাশি জাতক জাতিক সকলৰ আজিৰ দিনটোত কৰ্মত উন্নতি হব, জ্ঞান লাভ হব, শিক্ষাৰ্থী সকলৰ শুভ হব, যদিও কৰ্মত সজাগ নহলে বিবাদৰ সন্মুখীন হোৱাৰ যোগ দেখা যায়।
৫. সিংহ ৰাশি - সিংহ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত ভ্ৰমনৰ সুযোগ বাঢ়িব, উকীল সকলৰ সুনাম বাঢ়িব, লগতে মনত শান্তি বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৬. কন্যা ৰাশি - কন্যা ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত শুভ হব, কৰ্মত আত্মীয়ৰ সহায় লাভ হব, যদিও সজাগ নহলে সামান্য পাৰিবাৰিক কন্দল বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৭. তুলা ৰাশি - তুলা ৰাশি জাতক জাতিকা সকলে আজিৰ দিনটোত বন্ধু লাভ হব, পত্নীৰ পৰা আনন্দ লাভ হব, যদিও কৰ্মত সজাগ নহলে মনত খংঙ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৮. বৃশ্চিক ৰাশি - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত ধন আৰু সন্মান লাভ হব, মনৰ আশা পুনৰ হব যদিও কৰ্মত সজাগ নহলে আনৰ অবিশ্বাসী হোৱাৰ যোগ দেখা যায়।
৯. ধনু ৰাশি - ধনু ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত শুভ হব, যদিও সজাগ নহলে বুদ্ধি নাশ হোৱাৰ যোগ দেখা যায়।
১০. মকৰ ৰাশি - মকৰ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত নানান সুযোগ লাভ কৰিব,লগতে সন্মান লাভ হোৱাৰ যোগ দেখা যায়।
১১. কুম্ভ ৰাশি - কুম্ভ ৰাশি জাতক জাতিকা সক আজি দিনটোত কৰ্মত উন্নতি হব, যদিও সামান্য জতিলতা বাঢ়িব পাৰে, লগতে ৰোগাৰোগ্য হোৱাৰ যোগ দেখা যায়।
১২. মীন ৰাশি- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত আনৰ সহায় লাভ হব, যদিও কৰ্মত সামান্য অৱহেলা বাঢ়িব পাৰে, লগতে সজাগ নহলে বিপদৰ সন্মুখীন হোৱাৰ যোগ দেখা যায়।
"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। "
আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।
-: জ্যোতিষী :-
শ্ৰী নয়নজ্যোতি দেৱ শৰ্মা
-: নৱগ্ৰহ জ্যোতিষালয় :- জালুকবাৰী , গুৱাহাটী -১৪
Pn no -9101096481
Wp no - 9577136205
বিঃদ্ৰঃ উক্ত ৰাশিফল সন্মানীয় জ্যোতিষী নয়নজ্যোতি দেৱ শৰ্মা ডাঙৰীয়াৰ দ্বাৰা আগবঢ়োৱা হৈছে।আপোনালোকেও যদি কোনো বিশেষ লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
No comments:
Post a Comment