১. মেথিগুটি , গাজৰ আৰু মুলাৰ বীজ সমানে সমানে লৈ মিহিকৈ পতাত বটি লওঁক। এক চামুচ গুড়ি আৰু দুই চামুচ অশোক গছৰ পাতৰ ৰস মিহলাই খাওঁক ৰাতিপুৱা ।
২. শত মূল চূৰ্ণ এক চামুচ ঘিউ বা মৌৰ লগত মিহলাই নিয়মীয়া ৰাতিপুৱা-গধূলি খাওঁক ।
৩. অশোক গছৰ ছাল শুকাই গুড়ি কৰি এক চামুচ গুড়ি এক গিলাচ গৰম পানীত মিহলাই খাব পাৰে ।
৪. তেজপাতৰ চিনি নিদিয়া চাহ বনাই নিয়মিত খালেও মাহেকীয়া নিয়মিত হয়।
ওপৰৰ যিকোনো এটা বিধান 3 মাহৰ পৰা 6 মাহলৈ কৰাটো আৱশ্যক ।
বিঃদ্ৰঃ উক্ত লেখা সন্মানীয় আচাৰ্য পংকজ পাঠক ডাঙৰীয়াৰ।আপোনালোকেও যদি কোনো বিশেষ লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
No comments:
Post a Comment