কৰ্ণাতকৰ পিছত অসমতো নিষিদ্ধ হব নি গো-হত্যা ? - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, December 12, 2020

কৰ্ণাতকৰ পিছত অসমতো নিষিদ্ধ হব নি গো-হত্যা ?


 অসমত গো-হত্যা সম্পূৰ্ণৰূপে নিষিদ্ধ কৰাৰ দাবী উত্থাপন কৰি অহা ১৩ ডিচেম্বৰৰ পুৱা ১১ বজাৰ পৰা আমৰণ অনশন কাৰ্য্যসূচীত বহিব হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰা।গুৱাহাটী ছয়মাইলৰ পৰা নাৰেঙ্গী যোৱাৰ পথত টেনিচ প্ৰশিক্ষণ কেন্দ্ৰৰ সমীপত আমৰণ অনশন কাৰ্য্যসূচীত বহিব সত্য ৰঞ্জন বৰা।গো-হত্যা নিষিদ্ধৰ লগতে বৰাৰ আন দুটা দাবী হৈছে অসমত গৰুৰ অবৈধ বেপাৰ বন্ধ কৰা আৰু অনতিপলমে ভাৰতত জনসংখ্যা নিয়ন্ত্ৰণ আইন প্ৰণয়ন কৰা।উল্লেখ্য যে,অলপতে কৰ্ণাটকৰ ৰাজ্য চৰকাৰে তেওঁলোক ৰাজ্যত নিষিদ্ধ কৰিছে গো-হত্যা,এতিয়া অসম চৰকাৰে এই ক্ষেত্ৰত কি পদক্ষেপ লব সেয়া কিন্তু লক্ষ্যনীয় হব।

No comments:

Post a Comment

Advertisement

Pages