"কা" বিৰোধী আন্দোলনৰ শ্বহীদ পৰিয়াললৈ AIUDFৰ অনুদান - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, December 12, 2020

"কা" বিৰোধী আন্দোলনৰ শ্বহীদ পৰিয়াললৈ AIUDFৰ অনুদান


 আজি এটা বছৰ সম্পূৰ্ণ হল বিগত "কা" বিৰোধী আন্দোলনত আৰক্ষীৰ হাতত পাঁচ জনকৈ যুৱকৰ মৃত্যু হোৱাৰ সেই অনাকাংক্ষিত ঘটনাৰ। সেয়ে আজিৰ এই বিশেষ দিনটোৰ লগত সংগতিৱৰাখি এ-আই-ইউ-ডি-এফ দলে "কা" বিৰোধী আন্দোলনৰ শ্বহীদ সকলৰ পৰিয়াললৈ আৰ্থিক অনুদান আগবঢ়ায়।

No comments:

Post a Comment

Advertisement

Pages