![]() |
মেষ |
১. মেষ ৰাশি - মেষ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত শুভ সংবাদ লাভ হব, শিল্পী সকলৰ শুভ হব, যদিও পাৰিবাৰিক দিশত সামান্য জতিলতা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
![]() |
বৃষ |
২. বৃষ ৰাশি - বৃষ ৰাশি জাতক জাতিকা সকলে আজি দিনটোত শত্ৰু হানি হব, ভ্ৰমনৰ যোগাযোগ হব, যদিও শৰীৰত সামান্য এলাহ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
![]() |
মিথুন |
৩. মিথুন ৰাশি - মিথুন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত শুভ,নতুন কৰ্মৰ সুযোগ লাভ কৰিব, লগতে শুভ সংবাদ লাভ হোৱাৰ যোগ দেখা যায়।
![]() |
কৰ্কট |
৪. কৰ্কট ৰাশি - কৰ্কত ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সফল হব, কৰ্মত আদৰ্শবাদী মনোভাৱ বাঢ়িব, যদিও শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
![]() |
সিংহ |
৫. সিংহ ৰাশি - জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সামান্য জতিলতা বাঢ়িব পাৰে, মনৰ আশা ভংগ হব পাৰে, লগতে শৰীৰত সামান্য কষ্ট পোৱাৰ যোগ দেখা যায়।
![]() |
কন্যা |
৬. কন্যা ৰাশি - কন্যা ৰাশি জাতক জাতিকা সকলে আজিৰ দিনটোত মনৰ আশা পুনৰ হব, কৰ্ম পৰিৱৰ্তন হব পাৰে, যদিও কৰ্মত সজাগ নহলে সামান্য মনোমালিন্যৰ সন্মুখীন হোৱাৰ যোগ দেখা যায়।
![]() |
তুলা |
৭. তুলা ৰাশি - তুলা ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত যশস্যা বাঢ়িব, কৰ্মত যোগাযোগ হব, যদিও সজাগ নহলে ব্যৱসায় দিশত সামান্য লোকচানৰ সন্মুখীন হোৱাৰ যোগ দেখা যায়।
![]() |
বৃশ্চিক |
৮. বৃশ্চিক ৰাশি - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত ভ্ৰমনৰ সুযোগ লাভ হব, কৰ্মত সফল হব, যদিও সজাগ আজি নহলে সম্পদ হানি হোৱাৰ যোগ দেখা যায়।
![]() |
ধনু |
৯. ধনু ৰাশি - ধনু ৰাশি জাতক জাতিক সকলৰ আজিৰ দিনটোত ধন আৰু সন্মান লাভ হব, বন্ধু লাভ হব, লগতে শিক্ষক সকলৰ সুনাম বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
![]() |
মকৰ |
১০. মকৰ ৰাশি - মকৰ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত শুভ যদিও মনত সামান্য ভয় ভাৱ বাঢ়িব পাৰে লগতে কৰ্মত সজাগ নহলে পাপ্য হানি হোৱাৰ যোগ দেখা যায়।
![]() |
কুম্ভ |
১১. কুম্ভ ৰাশি - কুম্ভ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত বিবাহ প্ৰাৰ্থী সকলৰ শুভ,প্ৰেমত শুভ,যদিও সামান্য ব্যয় বাঢ়িব, লগতে মনত সামান্য অশান্তিৰ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
![]() |
মীন |
১২. মীন ৰাশি- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সজাগ নহলে আত্মীয়ৰ দ্বাৰা ক্ষতি হব পাৰে , প্ৰৱঞ্চকৰ পৰা সাৱধান হব লগতে সামান্য মানসিক ক্লেষ বৃদ্ধি হোৱাৰ যোগ দেখা যায় ।
No comments:
Post a Comment