উপজিছিল.., সেই কালত.. লক্ষ্মী দেৱীয়ো.. স্বামীক সেৱা কৰিবলৈ.. বিদৰ্ভৰ ৰাজ্যৰ ৰজা
ভীষ্মকৰ ঘৰত অৱতাৰ হৈছিল। ( Religious Studies )
দেশান্তৰী পণ্ডিত সজ্জন.., নট-ভাট আদিয়ে
গাই ফুৰা কৃষ্ণ চৰিত্ৰ শুনি ৰুক্মিণী য়ে.. গম পাইছিল যে-কৃষ্ণৰ সদৃশ ৰূপে গুণে.. উত্তম পুৰুষ
আৰু ত্ৰিজগতত নাই।
এই কথা জানি ৰুক্মিণীয়ে মনে মনে কৃষ্ণক স্বামীৰূপে বৰন কৰি কৃষ্ণকে ৰাতিয়ে দিনে ধ্যান কৰিবলৈ লৈছিল। আনহাতে দ্বাৰাকাতো গৈ.. কুণ্ডিলৰ নট-ভাটে ৰুক্মিণীৰ গুণ ৰাতি ফুৰিছিল
আৰু বহুতো গুণী জ্ঞানী লোকে কৃষ্ণক ৰুক্মিণীৰ
সুচৰিত্ৰ আৰু জগত মোহিনী ৰূপৰ কথা শুনাই তেওঁৰ দৰে সৰ্বাংগসুন্দৰ পুৰুষৰ বাবে ৰুক্মিণীৰ দৰে ৰূপৱতীয়েহে উপযুক্ত ভাৰ্য্যা হব বুলি কৈছিল।
এইবোৰ কথা শুনি কৃষ্ণয়ে ৰুক্মিণীক পালে বিয়া কৰাম বুলি ঠিক কৰিলে।। আৰু তেতিয়া পৰা ৰুক্মিণীতে তেওঁৰ মন নিষিদ্ধ হল। ( Religious Studies )
কৃষ্ণৰ ৰূপ গুণ শুনি ভীষ্মক ৰজায়ো ৰুক্মিণীক
তেওঁলৈ বিয়া দিব বুলি.. জাতি কুটুম্বৰ লগত আলোচনা কৰিলে। কিন্তু তেওঁৰ জেষ্ঠ্য পুত্রই ৰুক্মিণীৰ এই বিয়াত সন্মতি নিদি.. চেদিৰ ৰজা শিশুপাললৈ.. ৰুক্মিণীক বিয়া দিবলৈ স্থিৰ কৰিলে। এই কথা গম পাই ৰুক্মিণীয়ে বেদনিধি নামৰ এজন বিশ্বস্ত ব্ৰাহ্মণৰ হাতত কৃষ্ণলৈ এখন পত্র পঠাই কৃষ্ণক জনালে যে তেওঁৰ ৰূপ গুণত মুগ্ধ হৈ-তেওঁকেই তেওঁৰ স্বামীৰূপে বৰণ কৰিছে। আৰু তেওঁক স্বামীৰূপে নেপালে প্ৰাণত্যাগ কৰিব।
এইদৰে কৈ ৰুক্মিণীয়ে কৃষ্ণক প্ৰাৰ্থনা কৰিলে যাতে
কুটুম্বৰ সকলে তেওঁক শিশুপাল লৈ বিয়া দিয়াৰ আগতে বিৰ্দভলৈ আহি তেওঁক হৰণ কৰি লৈ যায়।
হৰণ কৰাৰ উপায় সৰ্ম্পকেও ৰুক্মিণীয়ে চিঠি খনত
লিখিলে.. যে.. তেওঁলোকৰ ৰাজ্যত প্ৰথামতে বিবাহৰ আগদিনা দেবচাৰ বুলি এক কুলাচৰ আছে। যিমতে কন্যাক নগৰৰ বাহিৰৰ এক মন্দিৰত দূৰ্গাদেৱীক সেৱা কৰাৰ।
বিঃদ্ৰঃ Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।( Religious Studies )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment