উপন্যাসোপম এটা অমৰ প্ৰেম কাহিনী, শৈশৱৰ পৰা হুইল চেয়াৰখন সংগী হ'লেও এই কথাই বাধা দিব পৰা নাছিল অদমনীয় মনৰ অধিকাৰী বিশ্বনাথৰ ৰশ্মিৰেখা ভূঞাক,এনেকৈয়ে উচ্চ শিক্ষা সম্পন্ন কৰি সাহিত্যৰ পথাৰত খোজ দিছিল ৰশ্মি বাই,নিজৰ জীৱন ভিত্তিক প্ৰথম উপন্যাস "মেঘে ঢকা আকাশৰ জোন"এ বহু বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল।
তাৰপিছত ৰশ্মিবাৰ দুখন উপন্যাস "জীৱন বীণাৰ সুৰ" আৰু
"জিগলো",ইয়াৰ পিছত কিতাপৰ দ্বাৰা,চচিয়েল মিডিয়াৰ দ্বাৰা ৰশ্মি বাৰ চিনাকি হয় মাজুলীৰ যুৱক প্ৰশান্ত ফুকনৰ সতে। ৰশ্মি বাৰ ব্যক্তিত্বৰ প্ৰেমত পৰে উচ্চ শিক্ষিত ,কৰ্মোদ্যমী প্ৰশান্ত দা।অলপতে এই মহান প্ৰেমিক যুগলৰ বিবাহ সম্পন্ন হয়।দুয়ো দুয়োৰে আঙুলিত ধৰি দেখিছে অলেখ আলফুল স্বপ্ন।এই প্ৰেম ,অমৰ প্ৰেম।
বিঃদ্ৰঃ Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্য অনুৰাগ শইকীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment